ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence I মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে ৫৩ জনীয়া দল গঠন চিবিআইৰ, আছে ২৯ গৰাকী মহিলা

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2023
Reading Time: 1 min read
A A
0
Manipur Violence I মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে ৫৩ জনীয়া দল গঠন চিবিআইৰ, আছে ২৯ গৰাকী মহিলা

RELATED POSTS

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

মণিপুৰত সংঘটিত হিংসাত্মক (Manipur Violence) ঘটনাৰ তদন্তৰ বাবে ২৯ গৰাকী মহিলা বিষয়াসহ মুঠ ৫৩ গৰাকী বিষয়াক নিযুক্তি (53 officers, including 29 women officers, have been appointed for investigation) দিয়া হৈছে। বৃহস্পতিবাৰে চিবিআইৰ সূত্ৰই (CBI sources) এই সন্দৰ্ভত অৱগত কৰে। তদন্তকাৰী দলটোত ডিআইজি পৰ্যায়ৰ তিনিগৰাকী মহিলা বিষয়াক ‘পৰ্যবেক্ষক’ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ তদাৰক কৰিব চিবিআইৰ যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ে। 

মণিপুৰৰ হিংসা

সংস্থাটোৰ এক সূত্ৰই জনোৱা মতে, চিবিআইৰ ইতিহাসত কেতিয়াও কোনো ঘটনাৰ তদন্তৰ বাবে ইমান বৃহৎ সংখ্যক বিষয়া নিয়োগ কৰা হোৱা নাই।চিবিআইৰ তদন্তকাৰী দলটোত অতিৰিক্ত দুগৰাকী ছুপাৰ আৰু ডেপুটি ছুপাৰ ৰেংকৰ ছয়গৰাকী মহিলা বিষয়াও আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মণিপুৰত মহিলাৰ ওপৰত হোৱা হিংসাৰ গোচৰৰ তদন্তৰ বাবে চিবিআইৰ এই ‘কাৰ্যকলাপ’ বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে ২০ জুলাইত মণিপুৰৰ কাংপোকপিত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত পেৰেড কৰা ভিডিঅʼ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগৰ ওপৰত উচ্চতম ন্যায়ালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ পিছতে যোৱা ৮ আগষ্টত মণিপুৰৰ হিংসাৰ তদন্ত আৰু হিংসাৰ বলি হোৱা লোকসকলৰ সকাহ আৰু পুনৰ সংস্থাপনৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ তিনিজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন সমিতি গঠন কৰে।

একে সময়তে উচ্চতম ন্যায়ালয়ে কয় যে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ লগত জড়িত ৪২টা বিশেষ তদন্তকাৰী দলক (এছআইটি) অন্য ৰাজ্যৰ ডিআইজি ৰেংকৰ আৰক্ষী বিষয়াই নিৰীক্ষণ কৰিব। এজন ডিআইজিয়ে ছখন আসন নিৰীক্ষণ কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CBIInvestigationManipurViolenceচিবিআইমণিপুৰহিংসা
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
55
ADVERTISEMENT
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক
Assam

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
50
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক
Assam

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
50
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026
50
Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা
National-International

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

September 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d