ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Dengue in Diphu I ডিফুত ডেংগুৰ ভয়াবহ সংক্ৰমণ : আক্ৰান্ত ২০৪১, মৃত্যু সংখ্যা ৪ জনলৈ বৃদ্ধি

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
August 19, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এতিয়া ডেংগুৰ মহা তাণ্ডৱ (Dengue in Diphu) ৷ ডেংগুৰ আতংকই জিলা স্বাস্থ্যবিভাগৰ লগতে সাধাৰণ জনতাক উদ্বিগ্ন কৰি তুলিছে ৷ স্বাস্থ্য বিভাগৰ জৰিয়তে বিভিন্ন ধৰণৰ সজাগতা মূলক পদক্ষেপ লোৱাৰ পিছতো সংক্ৰমণ হ্ৰাস কৰিব পৰা নাই৷ বৰ্তমান ডিফুত ডেংগুৱে ভয়াৱহৰূপ (Dengue in Diphu is in a terrible way) ধাৰণ কৰিছে ৷ শুকুৰবাৰে সন্ধিয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে ডিফুত সংবাদমেল (Press conference in Diphu) পাতি ডেংগুৰ অনিয়ন্ত্ৰিত হৈ পৰিছে বুলি কয়৷

সংবাদমেলত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে সদৰি কৰি কয় যে, বৰ্তমানলৈকে ডেংগুত মৃত্যু ঘটাৰ সংখ্যা ৪ জনলৈ বৃদ্ধি (Death toll rises to 4) পাইছে ৷ আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈকে মুঠ ২০৪১ গৰাকী ৷ সকলো সজাগতামূলক প্ৰচেষ্টা গ্ৰহণ কৰিও ডেংগু প্ৰতিৰোধত সফল হোৱা নাই স্বাস্থ্য বিভাগ৷

ডিফুত ডেংগু
ডিফুত ডেংগুৰ ভয়াবহ সংক্ৰমণ : আক্ৰান্ত ২০৪১, মৃত্যু সংখ্যা ৪ জনলৈ বৃদ্ধি

অৱশেষত ডেংগু প্ৰতিৰোধৰ বাবে ডিফু ডিফু মিউনিচিপালটি বৰ্ডৰ পৰামৰ্শ অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহন কৰিছে  জিলা স্বাস্থ্য বিভাগে৷ এতিয়াৰে পৰা ডেংগুৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব জৰিমণা (Penalty for not taking precautions)৷

আদেশ অমান্য কৰা লোকে ৫০০-ৰ পৰা ৫০০০ টকা পৰ্যন্ত ভৰিব জৰিমণা (Fines ranging from Rs 500 to Rs 5,000) ভৰিব  লাগিব বুলি কয়৷ সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক বৰছিং ৰংপি আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ  সচিব ৰাজেশ্বন  তেৰাঙে ৷

সংবাদমেলত ডাঃ বৰছিং ৰংপিয়ে সদৰি কৰা অনুসৰি কাৰবি আংলঙত  বিগত বৰ্ষৰ তুলনাত এইবাৰ ডেংগুত আক্ৰান্ত হাৰ সৰ্বাধিক৷ এই সন্দৰ্ভত  হতাশজনক তথ্য প্ৰকাশ কৰি ডেংগু প্ৰতিৰোধৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰিলে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuDengueডিফুডেংগু
Share7Tweet4Send

Related Posts

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
55
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
57
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d