ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

New bridges to construct in Assam I ২০২৬ চনৰ ভিতৰত অসমত নিৰ্মাণ হʼব ১০০০ নতুন দলং, মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 31, 2023
Reading Time: 1 min read
A A
0
New bridges to construct in Assam I ২০২৬ চনৰ ভিতৰত অসমত নিৰ্মাণ হʼব ১০০০ নতুন দলং, মুখ্যমন্ত্ৰী

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) উদ্বোধন কৰে ৰাজ্যৰ এতিয়ালৈকে আটাইতকৈ দীঘল উৰণ সেতু নীলাচল উৰণ সেতু (Nilachal Bridge)। সেতুখন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনৰ বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা কৰে। তেওঁ কয় যে চৰকাৰে শীঘ্ৰে ৰাজ্যজুৰি ১০০০ খন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিব। কামাখ্যা গে’টৰ পৰা মালিগাঁৱলৈ ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু উদ্বোধন কৰি হিমন্ত শৰ্মাই কয় যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৮৪২ খন সৰু-ডাঙৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিছে।

১০০০ নতুন দলং
২০২৬ চনৰ ভিতৰত অসমত নিৰ্মাণ হʼব ১০০০ নতুন দলং:

তেওঁ কয়, “মই ঘোষণা কৰি সুখী যে আৰু ১০০০খন দলঙৰ কাম শীঘ্ৰে হাতত লোৱা হ’ব। ২০২৬ চনৰ ভিতৰত এই সকলোবোৰ প্ৰকল্প সম্পূৰ্ণ হ’ব। মানুহে কয় যে গুৱাহাটী উত্তৰ-পূবৰ গে’টৱে, কিন্তু আমি ইয়াক দক্ষিণ-পূব এছিয়াৰ বাবে গে’টৱে হিচাপে গঢ়ি তুলিব বিচাৰো।” লগতে তেওঁ কয়, “আজি আমি জনসাধাৰণৰ বাবে নীলাচল ফ্লাই অ’ভাৰ মুকলি কৰিছো। এইখন গুৱাহাটীৰ অন্যতম ব্যস্ত পথত নিৰ্মাণ কৰা হৈছিল আৰু সময়মতে সম্পূৰ্ণ কৰাটো পি ডব্লিউ ডি বিভাগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল।”

IMG 20230829 WA0035 | ASSAM TIMES POSTমুখ্যমন্ত্রীয়ে গুৱাহাটী আৰু অসমৰ অন্যান্য চহৰৰ প্রায় এক ডজন পথ প্রকল্পৰ কথাও ঘোষণা কৰে। ইয়াৰে কিছু সংখ্যক পৰিকল্পনা আৰু কিছুমান বিভিন্ন পর্যায়ত নিৰ্মাণৰত অৱস্থাত আছে৷ তেওঁ কয়, “বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত উৰণ সেতু আৰু দলঙৰ দৰে ২২ টা বৃহৎ প্ৰকল্পৰ কাম চলি আছে। ইয়াৰে ২১ টা প্ৰকল্প সম্পূৰ্ণ হোৱাৰ অন্তিম পৰ্যায়ত আছে।”

Tags: নিৰ্মাণ হʼব ১০০০ নতুন দলংমুখ্যমন্ত্ৰী২০২৬ চনৰ ভিতৰত অসমত
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx