ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

One Nation One Election I এক ৰাষ্ট্ৰ এক নিৰ্বাচন প্ৰধানমন্ত্ৰীৰ এক সাহসী পদক্ষেপ, মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ

News Desk by News Desk
September 1, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ বাবে শুকুৰবাৰে দেশত ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ (One nation, one election) অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Dr. Himanta Biswa Sarma)।

এক ৰাষ্ট্ৰ এক নিৰ্বাচন প্ৰধানমন্ত্ৰীৰ এক সাহসী পদক্ষেপ, মুখ্যমন্ত্ৰী
এক ৰাষ্ট্ৰ এক নিৰ্বাচন প্ৰধানমন্ত্ৰীৰ এক সাহসী পদক্ষেপ:মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপত (Step of the Central Government) তেওঁ সুখী। আনহাতে, প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত এক সাহসী আৰু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে।ইয়াৰ উপৰি একে সময়তে দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’লে যথেষ্টখিনি ৰাজহ ৰাহি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ দ্বাৰা দেশৰ উন্নয়নমূলক কামৰ গতি ত্বৰান্বিত হ’ব বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে অহা ১৮-২২ ছেপ্টেম্বৰত চৰকাৰে সংসদৰ বিশেষ অধিবেশন আহ্বান কৰাৰ এদিন পিছতে এই পদক্ষেপৰ কথা ঘোষণা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে লোকসভা আৰু বিধানসভা নিৰ্বাচনবোৰ একেলগে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে । সেয়ে ৰামনাথ কোবিন্দক এই বিষয়টো সন্দৰ্ভত অধ্যয়নৰ বাবে দায়িত্ব প্ৰদান কৰাৰ সিদ্ধান্তই চৰকাৰে যে বিষয়টো গম্ভীৰভাৱে লৈছে সেয়া প্ৰকাশ পোৱা বুলি সূত্ৰই দাবী কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HimantaBiswaSarmaOneNationOneElectionএকৰাষ্ট্ৰএকনিৰ্বাচনহিমন্তবিশ্বশৰ্মা
Share9Tweet6Send

Related Posts

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

by News Desk
September 14, 2026
52
Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ
Guwahati

Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ

by News Desk
September 14, 2026
51
Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ
Guwahati

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

by News Desk
September 11, 2026
57
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন
Guwahati

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

by News Desk
September 11, 2026
57
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

by News Desk
September 10, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

by News Desk
September 10, 2026
58
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
51
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
52
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
52
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d