ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ পৈতৃক ঘৰত আক্ৰমণৰ চেষ্টা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 29, 2023
Reading Time: 1 min read
A A
0
Manipur violence I মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ পৈতৃক ঘৰত আক্ৰমণৰ চেষ্টা

logo new 2 1 1 4 1 3 1 10 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

এইবাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (Manipur CM Biren Singh) পৈত্রিক ঘৰত আক্ৰমণৰ চেষ্টা। বৃহস্পতিবাৰে নিশা ইম্ফলত বীৰেণ সিঙৰ পৈত্রিক ঘৰত আক্ৰমণৰ চেষ্টা চলায় একাংশ ক্ষুব্ধ ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে। অৱশ্যে নিৰাপত্তাৰক্ষীৰ প্ৰচেষ্টাত এই আক্ৰমণ ৰোধ কৰা হয়। ঘটনাৰ সময়ত অৱশ্যে ঘৰত কোনো লোক উপস্থিত নাছিল।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিং
মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ পৈতৃক ঘৰত আক্ৰমণৰ চেষ্টা:

উল্লেখযোগ্য যে বীৰেণ সিং ইম্ফলৰ আন এটা ঘৰত থাকে। উক্ত ঘৰটো নিৰাপত্তাৰ কটকটীয়া বেষ্টনিত আছে। ইফালে ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ ঘৰত আক্ৰমণৰ এই চেষ্টাক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। পিছত এক্স হেণ্ডেলত (টুইটাৰ) মণিপুৰ আৰক্ষীয়ে জনায় যে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত ঘৰত আক্ৰমণৰ কোনো চেষ্টা কৰা হোৱা নাই।

এজন আৰক্ষী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ইম্ফলৰ হাইংগাং অঞ্চলত মুখ্যমন্ত্ৰীৰ পৈত্রিক ঘৰত আক্ৰমণৰ প্ৰয়াস কৰা হৈছিল। দুটা দলে বেলেগ বেলেগ দিশৰ পৰা ঘৰৰ কাষ চাপি আহিছিল। ঘৰৰ পৰা ১০০-১৫০ মিটাৰ দূৰত্বত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে।

দলটোক ছত্ৰভংগ দিবলৈ আৰ এ এফ আৰু ৰাজ্যিক আৰক্ষীৰ জোৱানসকলে কন্দুৱা গেছ প্ৰক্ষেপ কৰে। সমগ্ৰ অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰা হয়। ঘৰৰ সন্মুখত অধিক বেৰিকেড নিৰ্মাণ কৰা হয়। ঘৰৰ সন্মুখৰ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনাত কোনো লোক আহত হোৱা নাই।

Tags: পৈতৃক ঘৰত আক্ৰমণৰ চেষ্টামণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx