ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ধনশিৰিত বিজেপিৰ ঐক্য-বিজয়-সমৃদ্ধি ৰেলী, কংগ্ৰেছ আৰু বিৰোধী দলৰ ৭০০ লোকৰ বিজেপিত যোগদান

ষ্টাফ ৰিপৰ্টাৰ, ডিফুঃ

Staff Reporter by Staff Reporter
November 25, 2023
Reading Time: 1 min read
A A
0
ধনশিৰিত বিজেপিৰ ঐক্য-বিজয়-সমৃদ্ধি ৰেলী,  কংগ্ৰেছ আৰু বিৰোধী দলৰ ৭০০ লোকৰ বিজেপিত যোগদান

RELATED POSTS

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

New Logo Smal 1 | ASSAM TIMES POST

আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দুই পার্বত্য জিলাত বিজেপি নেতৃত্বাধীন স্বায়ত্ত শাসিত পৰিষদে অনুষ্ঠিত কৰি অহা ঐক্য-বিজয় আৰু সমৃদ্ধি ৰেলী আজি ধনশিৰি পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈ যায়। ধনশিৰি স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হোৱা এই ৰেলীত সমষ্টিটোৰ সহস্রাধিক লোক উপস্থিতিত থাকে।

ঐক্য-বিজয়-সমৃদ্ধি ৰেলী
ধনশিৰিত বিজেপিৰ ঐক্য-বিজয়-সমৃদ্ধি ৰেলী:

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, পৰিষদৰ সকলো কার্যবাহী সদস্য আৰু এমএচি উপস্থিত থকা সভাত আদৰণি ভাষণ পাঠ কৰি এমএচি তিলোত্তমা হাঞ্চুয়ে বিজেপিৰ শাসন কালত সমষ্টিটোরে উন্নয়ন আৰু শান্তিৰ পথত ধাৱমান হৈছে বুলি দাবী কৰে। এতিয়া দুয়োখন পার্বত্য জিলাত ঘৰে ঘৰে তুলিবাম ৰংহাং এক জনপ্রিয় নাম বুলি উল্লেখ কৰে।

সভাখনত বিধায়ক দুগৰাকীয়েও উন্নয়নমূলক আঁচনি সন্দর্ভত ভাষণ ৰাখে। মুখ্য কার্যবাহীসদস্যগৰাকীয়ে বিগত ৭টা বছৰত বিজেপি চৰকাৰৰ নেতৃত্বত হোৱা বিভিন্ন উন্নয়নমূলক আঁচনি সন্দর্ভত বিতং ব্যাখ্যা দাঙি ধৰে। আনহাতে, সংবাদমাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, ৰাইজৰ মৰম-চেনেহ আৰু আশীর্বাদ নহ’লে পৰিষদ বিৰোধী শূন্য নহ’ল হেতেন।

IMG 20231125 WA0002 | ASSAM TIMES POST

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্রতিশ্রুতি অনুসৰি ডিফু-ধনশিৰি ২৬ কিলোমিটাৰ পথ এতিয়া নির্মাণ হৈ আছে বুলিও দাবী কৰি অহা ৫ মাহৰ ভিতৰত এই পথ সম্পূর্ণ হ’ব বুলি ঘোষণা কৰে। বিজেপি চৰকাৰে জলজীৱন মিচন, বিপিএল কার্ড, অৰুণোদয়, পিএমএৱাই, আয়ুষ্মান কার্ড আদি আঁচনিৰ জৰিয়তে ৰাইজৰ জীৱিকা সূচল কৰি তুলিছে বুলিও ৰংহাঙে দাবী কৰে।

উল্লেখ্য যে আজিৰ এই ৰেলীত বিভিন্ন দলৰ প্ৰায় ৭০০ লোকে বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি মুখ্য কার্যবাহী সদস্য ৰংহাঙে পৰিষদৰ প্রাক্তন মুখ্য কাৰ্যবাহী সদস্য, অধ্যক্ষ, কাৰ্যবাহী সদস্যকে ধৰি প্ৰায় ৩০ হেজাৰ লোকে বিগত দুবছৰত বিজেপি দলত যোগদান কৰা বুলিও দাবী কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কংগ্ৰেছ আৰু বিৰোধী দলৰ ৭০০ লোকৰ বিজেপিত যোগদানধনশিৰিত বিজেপিৰ ঐক্য-বিজয়-সমৃদ্ধি ৰেলী
Share6Tweet4Send

Related Posts

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
ADVERTISEMENT
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
50
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই
National-International

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

October 3, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d