ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Ceremonial Distribution Of Awards I কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত শ্ৰেষ্ঠতাৰ ভিত্তিত দুৰ্গা পুঁজা  সমিতি সমূহৰ মাজত বটাঁ বিতৰণ

ছাইদুল ইছলাম,ডিফু

Staff Reporter by Staff Reporter
December 11, 2023
Reading Time: 1 min read
A A
0
Ceremonial Distribution Of Awards I কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত শ্ৰেষ্ঠতাৰ ভিত্তিত দুৰ্গা পুঁজা  সমিতি সমূহৰ মাজত বটাঁ বিতৰণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

কাৰ্বি আংলং জিলাৰ (Karbi Anglong) ডিফু আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি বিগত দুৰ্গা পূজাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ দুৰ্গা পূজাৰ সমিতি সমূহৰ মাজত বটাঁ সমূহ বিতৰণ কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত মথুমিতা ভাগৱতীৰ পৌৰোহিত্যত ডিফু আৱৰ্ত ভৱনত  আয়োজিত বটাঁ বিতৰণীৰ অনুষ্ঠানত পৌৰ বোৰ্ডৰ অধীনত বটাঁৰ বাবে নিৰ্বাচিত দুৰ্গা পুঁজা সমিতি সমূহৰ মাজত বটাঁ সমূহ বিতৰণ কৰা হয়।

শ্ৰেষ্ঠতাৰ ভিত্তিত দুৰ্গা পুঁজা  সমিতি সমূহৰ মাজত বটাঁ বিতৰণ
শ্ৰেষ্ঠতাৰ ভিত্তিত দুৰ্গা পুঁজা  সমিতি সমূহৰ মাজত বটাঁ বিতৰণ:

ডিফু পৌৰ বোৰ্ডৰ অধীনত ধৰমনলা সাৰ্বজনীন দুৰ্গা পুঁজা সমিতি আৰু শিতলাবাৰী সাৰ্বজনীন দুৰ্গা পুঁজা সমিতি য়ে যৌথ ভাবে প্ৰথম পুৰস্কাৰ লাভ কৰে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে শিৱবাৰিৰ সাৰ্বজনীন দুৰ্গা পুঁজা সমিতিয়ে আৰু তৃতীয় পুৰস্কাৰ যৌথ ভাবে লাভ কৰে বিৰলা গেট আৰু ডিফু বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে।

বোকাজান পৌৰসভাৰ অধীনত প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ক্রমে ৰাধা কৃষ্ণ ঠাকুৰ বাৰী, নিজৰা পাৰ আৰু বেলতলা দুৰ্গা পুঁজা সমিতি য়ে। হাওৰাঘাট পৌৰ বোৰ্ড অধীনত হাওৰাঘাট টাউন আৰু হাওৰাঘাট টাউন ওৱাৰ্ড নম্বৰ 4 য়ে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে। তৃতীয় পুৰস্কাৰ লাভ কৰে হাওৰাঘাট নেপালী বস্তি সাৰ্বজনীন দুৰ্গা পুঁজা সমিতিয়ে।

IMG 20231211 WA0022 1 | ASSAM TIMES POSTবকলিয়া পৌৰ বোৰ্ডৰ অধীনত প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে- বকলিযাঘাট, বকলিযাঘাট চাৰি আলি আৰু  নেতাজী যুৱ সংঘ পুঁজা সমিতিয়ে। ডকমকা পৌৰবোৰ্ডৰ অধীনত ডকমকা টাউন যুৱ সংঘই প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ডকমকা বাৰোৱাৰী পুঁজা সমিতি য়ে আৰু তৃতীয় পুৰস্কাৰ যৌথ ভাবে লাভ কৰে  ৰাধা চৰণ বৈষ্ণৱ আৰু ডকমকা কিশোৰ সংঘ পুঁজা সমিতিয়ে।

লাংহিন পৌৰসভাৰ অধীনত লাংহিন বাৰোৱাৰী দুৰ্গা পূজা সমিতি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। বটাঁ সমূহ প্ৰদান কৰে জিলা আয়ুক্ত মথুমিতা ভাগৱতীয়ে। পুঁজা সমিতিৰ বিষয় ববীয়া সকলে জিলাখনত উৎযাপিত প্ৰতেক পুঁজা সমিতিৰ মন্দৱত জিলা আয়ুক্ত ই পৰিদৰ্শন কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনত শ্রমদান কৰা ডিফু পৌৰসভাৰ 15 গৰাকী কৰ্মচাৰীক  নগদ টকাৰে পুৰস্কৃত কৰা হয়।

Tags: কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগতশ্ৰেষ্ঠতাৰ ভিত্তিত দুৰ্গা পুঁজা সমিতিসমূহৰ মাজত বটাঁ বিতৰণ
Share4Tweet3Send

Related Posts

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
ADVERTISEMENT
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx