ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi Bharat Jodo yatra I জানুৱাৰী মাহত ৰাহুলৰ পুনৰ ‘ভাৰত জোড়ো যাত্ৰা’

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 20, 2023
Reading Time: 1 min read
A A
0
Karnataka Election I ‘ঘৃণাৰ বজাৰ বন্ধ, কৰ্ণাটকত প্ৰেমৰ দোকান’, জয়ৰ পিছত ৰাহুলৰ প্ৰতিক্ৰিয়া

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) দ্বিতীয় পৰ্যায়ৰ ‘ভাৰত জোড়ো যাত্ৰা’ কাৰ্যসূচী অহা বছৰ পূবৰ পৰা পশ্চিমলৈ হ’ব। মঙলবাৰে কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, জানুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত উত্তৰ-পূব ভাৰতৰ পৰা এই যাত্ৰা আৰম্ভ হ’ব।

 ৰাহুলৰ পুনৰ ‘ভাৰত জোড়ো যাত্ৰা'
জানুৱাৰী মাহত ৰাহুলৰ পুনৰ ‘ভাৰত জোড়ো যাত্ৰা’:

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুলৰ দ্বিতীয় ‘ভাৰত জোড়ো যাত্ৰা ২.০’ সম্পূৰ্ণৰূপে খোজকাঢ়ি নহ’ব। কোনোবাই খোজকাঢ়িব, কোনোবাই গাড়ীৰে যাত্ৰা কৰিব। সৰু-বৰ ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই পাব বিশেষ গুৰুত্ব। দ্বিতীয় ৰাউণ্ডৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ পূৰ্বে অৱশ্যে মহাৰাষ্ট্ৰত কংগ্ৰেছে এক বৃহৎ ৰাজনৈতিক কাৰ্যসূচী অনুষ্ঠিত কৰিছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় থকা নগৰ নাগপুৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘হে তৈয়াৰ হম’ (আমি সাজু) শীৰ্ষক কাৰ্যসূচী।
অহা ২৮ ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস। কংগ্ৰেছে সেইদিনা নাগপুৰত ৰাজহুৱা সভা অনুষ্ঠিত কৰিবলৈ ওলাইছে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকাৰ সৈতে নাগপুৰত অনুষ্ঠিত হ’বলগীয়া জনসভাত উপস্থিত থাকিব গান্ধী পৰিয়ালৰ তিনিওজন সদস্য।

নাগপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত কংগ্ৰেছৰ সকলো সদস্য, মুখ্যমন্ত্ৰী, পৰিষদ দলৰ নেতাসকলেও অংশগ্ৰহণ কৰিব। মঙলবাৰে সভাখন আয়োজন কৰাৰ বাবে কংগ্ৰেছে ৯ জনীয়া প্ৰস্তুতি সমিতি ঘোষণা কৰিছে। দলীয় সূত্ৰৰ মতে, ৰাহুলে উক্ত জনসভাৰ পৰাই কেন্দ্ৰৰ ক্ষমতাৰ পৰা বিজেপিক অপসাৰণৰ আহ্বান জনাব বিচাৰিছে।

উল্লেখযোগ্য যে ১৯২০ চনত কংগ্ৰেছৰ নাগপুৰ অধিবেশনৰ পৰাই স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ মূল মুখ হিচাপে মহাত্মা গান্ধীয়ে আত্মপ্ৰকাশ কৰিছিল। গতিকে কংগ্ৰেছৰ বাবে নাগপুৰৰ বিশেষ গুৰুত্ব আছে।

Tags: জানুৱাৰী মাহত ৰাহুলৰ পুনৰ‘ভাৰত জোড়ো যাত্ৰা'
Share4Tweet3Send

Related Posts

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

by News Desk
June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

by Staff Reporter
June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

by Staff Reporter
June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

by Staff Reporter
June 14, 2026
50
‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু  ‎
National-International

‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু ‎

by Staff Reporter
June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx