ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছ’ৰেনৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 29, 2019
Reading Time: 1 min read
A A
0
মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছ’ৰেনৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নিউজ ডেক্সঃ ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছ’ৰেনে দেওবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ এই শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ বহু নেতা উপস্থিত আছিল৷ দেওবাৰে তেওঁ ৰাঁচীৰ ম’হাৰবাদী খেলপথাৰত দিনৰ ২ বজাত শপত গ্ৰহণ কৰে৷ তেওঁক শপত বাক্য পাঠ কৰায় ঝাৰখণ্ডৰ ৰাজ্যপাল দ্ৰৌপদী মুৰণুৱে৷

RELATED POSTS

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

hemant soren oath 7092f184 2a2a 11ea a3f7 989b44b77166 | ASSAM TIMES POST

এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথ, চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘাল, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক ঘেহলটৰ লগতে ডিএমকেৰ সভাপতি এম কে ষ্টেলীন, আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিং আৰু আৰ জে ডিৰ কাৰ্যবাহী সভাপতি তেজস্বী যাদৱ উপস্থিত আছিল৷

এই অনুষ্ঠানত হেমন্ত ছ’ৰেনৰ পিতৃ তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰধান শিবু ছ’ৰেনো উপস্থিত আছিল৷ ইপিনে, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ আৰু আম আদমী পাৰ্টীৰ প্ৰধান অৰবিন্দ কেজৰিৱাল শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিল৷

একেটা অনুষ্ঠানতে কংগ্ৰেছ নেতা আলামগিৰ আলম, ৰাজ্যিক কংগ্ৰেছ সভাপতি ৰামেশ্বৰ অ’ৰাঅন আৰু আৰ জে ডিৰ বিধায়ক সত্যেন্দ্ৰ ভকটাই কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰে৷ উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মন্ত্ৰীসভাত ৰামেশ্বৰ অ’ৰাঅন এজন ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল৷

Share4Tweet3Send

Related Posts

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

by News Desk
July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

by News Desk
July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

by News Desk
July 18, 2026
50
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026
50
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT