ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Budget 2024 I কাইলৈ নিৰ্মলা সীতাৰমণৰ অন্তৱৰ্তীকালীন বাজেট, নিৰ্বাচনৰ পূৰ্বে কি কি প্ৰতিশ্ৰুতি দিব পাৰে কেন্দ্ৰই?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 31, 2024
Reading Time: 1 min read
A A
0
Budget 2024 I কাইলৈ নিৰ্মলা সীতাৰমণৰ অন্তৱৰ্তীকালীন বাজেট, নিৰ্বাচনৰ পূৰ্বে কি কি প্ৰতিশ্ৰুতি দিব পাৰে কেন্দ্ৰই?

RELATED POSTS

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ প্ৰায় দুটা মাহ। তাৰ পূৰ্বে আজিৰে পৰা আৰম্ভ হৈছে বাজেট (Budget 2024) অধিবেশন। এই বাজেট অধিবেশনৰ ফালে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। কিয়নো নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই বাজেটত বহুখিনি সকাহ প্ৰদান কৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত। বিগত কেইমাহমানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁ চাৰিটা জাতিৰ কথা জানে।

Budget 2024
কাইলৈ নিৰ্মলা সীতাৰমণৰ অন্তৱৰ্তীকালীন বাজেট:

সেইকেইটা হৈছে মহিলা, যুৱক, দৰিদ্ৰ আৰু কৃষক। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তীকালীন বাজেটত এই চাৰিটা গোটৰ লোক তেওঁৰ অগ্ৰাধিকাৰ তালিকাত থাকিব। এই পৰিপ্ৰেক্ষিতত বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, ১ ফেব্ৰুৱাৰীত কেন্দ্ৰৰ অন্তৱৰ্তীকালীন বাজেটত কোনো বৃহৎ নীতিগত ঘোষণা নহ’লেও মহিলা, যুৱক-যুৱতী, দৰিদ্ৰ আৰু কৃষকসকলৰ বাবে বেলট বাকচত উপকৃত হ’ব পৰাকৈ কিছু ‘উপহাৰ’ থাকিব।

মন্ত্ৰালয়ৰ সূত্ৰই ইংগিত দিয়ে যে কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত কিছু সালসলনি হ’ব পাৰে। বৰ্তমান পিএম কিষাণ আঁচনিৰ অধীনত কৃষকসকলে বছৰি ৬ হাজাৰ টকা পায়। ইয়াক ৮ হাজাৰ টকালৈ বৃদ্ধি কৰিব পাৰে।

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতৰ অধীনত বীমা কৰা ধনৰাশি ৫ লাখৰ পৰা ১০ লাখলৈ বৃদ্ধি হ’ব পাৰে। ইয়াৰ সমান্তৰালকৈ গ্ৰাম্য দৰিদ্ৰ লোকৰ বাবে ১০০ দিনৰ কৰ্ম আঁচনিৰ বাবে পুঁজিৰ আবণ্টন বৃদ্ধি কৰাৰ উপৰি আন কিছুমান ঘোষণাৰো সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই ইংগিত দিছিল যে এইবাৰ মধ্যবিত্তীয় কৰ্মচাৰীক সকাহ দিয়াৰ উদ্দেশ্যে আয়কৰৰ নূন্যতম হাৰ ৫০ টকাৰ পৰা বৃদ্ধি কৰাৰ ধাৰণা আছে।

ইয়াৰ ফলত বছৰি ১২৫০ টকা কৰ হ্ৰাস পাব। চাড়ে পাঁচ লাখ পৰ্যন্ত মুঠ আয়ৰ কোনো কৰ দিব নালাগিব। একে সময়তে পুৰণি আৰু নতুন দুয়োটা কৰ গাঁথনিতে ‘মানক কৰ্তন’ৰ পৰিমাণ ৫০ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ টকালৈ বৃদ্ধি কৰিব পাৰে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও অন্তৱৰ্তীকালীন বাজেটত আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰা হৈছিল। পাঁচ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনেও আয়কৰ দিব নালাগিব বুলি ঘোষণা কৰা হৈছিল।

সাধাৰণতে লোকসভা নিৰ্বাচনী বৰ্ষত নিৰ্বাচনৰ পিছত যেতিয়া নতুন চৰকাৰ গঠন হয়, তেতিয়া পূৰ্ণাংগ বাজেট দাখিল কৰা হয়। কিন্তু চৰকাৰী ব্যয় আৰু কামত বাধা নপৰিবলৈ হ’লে লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘ভোট অন একাউণ্ট’ বা অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হয়। সেইবাবেই ৩১ জানুৱাৰী বুধবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিবেশন। প্ৰথমদিনা দুয়ো সদনক সম্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

সাধাৰণতে ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছত সংসদত বিত্তীয় জৰীপ উত্থাপন কৰা হয়, যাতে বিদায়ী বিত্তীয় বৰ্ষৰ বৈধতা থাকে। কিন্তু এইবাৰ ভোটদানৰ পূৰ্বে অন্তৱৰ্তীকালীন বাজেট হোৱাৰ বাবে বুধবাৰে সংসদত দাখিল কৰা নহ’ব বিত্তীয় সমীক্ষা। বৰঞ্চ উক্ত বিত্তীয় জৰীপ জুলাই মাহত সম্পূৰ্ণ বাজেটৰ পূৰ্বে দাখিল কৰা হ’ব। বৃহস্পতিবাৰে একেলগে ষষ্ঠখন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী সীতাৰমণে। উল্লেখযোগ্য যে মোৰাৰজী দেশাইৰ পিছত এইবাৰ বিত্তমন্ত্রীয়ে এই কাম কৰিবলৈ ওলাইছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাইলৈ নিৰ্মলা সীতাৰমণৰ অন্তৱৰ্তীকালীননিৰ্বাচনৰ পূৰ্বে কি কি প্ৰতিশ্ৰুতি দিব পাৰে কেন্দ্ৰই?বাজেট
Share4Tweet3Send

Related Posts

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

by News Desk
September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

by News Desk
September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

by News Desk
September 15, 2026
50
PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি
National-International

PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি

by News Desk
September 15, 2026
50
BRICS Summit 2026 : ব্ৰিকছ সন্মিলনত মোদী-জিনপং-পুটিনৰ সৈতে ফটো উঠা কোন এইগৰাকী ৩৬ বছৰীয়া ভাৰতীয় কূটনীতিবিদ?
National-International

BRICS Summit 2026 : ব্ৰিকছ সন্মিলনত মোদী-জিনপং-পুটিনৰ সৈতে ফটো উঠা কোন এইগৰাকী ৩৬ বছৰীয়া ভাৰতীয় কূটনীতিবিদ?

by News Desk
September 15, 2026
52
UPI Payment : ২০০০ টকা পৰ্যন্ত ইউপিআইৰ লেনদেন বিনামূলীয়া, ঘোষণা কেন্দ্ৰৰ
National-International

UPI Payment : ২০০০ টকা পৰ্যন্ত ইউপিআইৰ লেনদেন বিনামূলীয়া, ঘোষণা কেন্দ্ৰৰ

by News Desk
September 15, 2026
51
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d