ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

খটখটীত আৰক্ষীৰ নাকা তালাচীত প্ৰায় ১ কোটি পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ : এটা সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
February 5, 2024
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

বোকাজান মহকুমাৰ খটখটীত পুণৰ প্ৰায় ১ কোটি পৰিমাণৰ নিচাযুক্ত সামগ্ৰী সহ এটা সৰবৰাহকাৰী আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অবৈধ নিচাযুক্ত সামগ্ৰী,  অবৈধ অস্ত্ৰ-শস্ত্ৰ,  অবৈধ বাৰ্মিজ চুপাৰি সৰবৰাহৰ কৰাৰ বাবে নিৰাপদ ক’ৰিডৰ হিছাপে ব্যৱহাৰ কৰা অসম-নাগালেণ্ড সীমান্তৰ খটখটী , লাহৰিজানত অবৈধ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হয় ৷ কেতিয়াবা বিলাসী বাহন, সামগ্ৰী ভৰ্তি ট্ৰাক আৰু পদপথে ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা কৰি আহিছে ৷

খটখটীত আৰক্ষীৰ নাকা তালাচীত প্ৰায় ১ কোটি পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ : এটা সৰবৰাহকাৰী আটক
খটখটীত আৰক্ষীৰ নাকা তালাচীত প্ৰায় ১ কোটি পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ : এটা সৰবৰাহকাৰী আটক

প্ৰতিবাৰতে কাৰবি আংলং আৰক্ষীৰ শেন দৃষ্টিৰ ৰক্ষা পোৱা নাই এনে সৰবৰাহকাৰী ৷ এইবাৰত নৈশ   বাছত যাত্ৰী হিছাপে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অপচেষ্টা কৰি আৰক্ষীৰ জালত পৰে মণিপুৰৰ এটা কুখ্যাত সৰবৰাহকাৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি খটখটী এছবি বেঙ্কৰ ওচৰত বোকাজানৰ চক্ৰ পৰিদৰ্শক মনজিত তেৰাঙৰ নেতৃত্বত খটখটী থানাৰ উপ পৰিদৰ্শকদ্বয় দীপক লাহন, স্বমধন স্বৰ্গীয়াৰী,  থানা ষ্টাফ আৰু এ ২০ বিএন চিআৰপিএফৰ সহযোগত চলোৱা নিয়মীয়া নাকা তালাচীত নিশা প্ৰায় ৮ মান বজাত ডিমাপুৰ দিশৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকাল এএছ ২৫ এচি ০০৯৪ নম্বৰৰ নৈশ বাছত তালাচী চলাওঁতে নিচাযুক্ত সামগ্ৰী খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

অভিযান কাৰী দলটোৱে  নৈশ বাছখনত যাত্ৰী হিছাপে গৈ থকা মণিপুৰৰমাংখনলাল গুইটে (২৩)বছৰৰ এটা সৰবৰাহকাৰীয়ে ট্ৰেকিং বেগত লুকুৱাই অনা ১৩ টা চাবোনৰ বাকচত ১৫৪’৭৯ গ্ৰাম হেৰইন আৰু দুটা পেকেটত ১১৭২ ‘৪২ গ্ৰাম অপিয়াম উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা নিচাযুক্ত সামগ্ৰীখিনি কাৰবি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ)নয়ন মনি বৰ্মণৰ উপস্থিতিত নিৰপেক্ষ সাক্ষীৰ সাক্ষাতে জব্দ কৰা হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Tags: এটা সৰবৰাহকাৰী আটকখটখটীত আৰক্ষীৰ নাকা তালাচীত প্ৰায়১ কোটি পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ
Share4Tweet3Send

Related Posts

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
ADVERTISEMENT
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx