ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Jacqueline Fernandez I জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 13, 2024
Reading Time: 1 min read
A A
0
Jacqueline Fernandez I জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

New Logo Smal 2 | ASSAM TIMES POST

জেকলিন ফাৰ্নাণ্ডেজৰ (Jacqueline Fernandez) বিচ্ছিন্ন প্ৰেমিক (alienated lover) সুকেশ চন্দ্ৰশেখৰ (Sukesh Chandrashekhar) বিগত দুবছৰ ধৰি ধন আত্মসাতৰ গোচৰত কাৰাগাৰত বন্দী হৈ আছে। বৰ্তমান তেওঁ দিল্লীৰ মণ্ডোলী কাৰাগাৰত বন্দী হৈ আছে। কিন্তু জে’লত থকা অৱস্থাতে জেকলিনক অহৰহ ভাবুকি (Jacqueline’s desperate threat) দি আছে তেওঁ।

যাৰ বাবে জেকলিন আতঙ্কিত হৈছে। নিজৰ সুৰক্ষাক লৈ চিন্তিত অভিনেত্ৰীগৰাকী। এইবাৰ তেওঁ সুকেশৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাৰ ওচৰত লিখিত অভিযোগ (A written complaint against Sukesh with Delhi Police Commissioner) দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীৰ এটা বিশেষ দলে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

জে'লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ
জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ:

উল্লেখযোগ্য যে ‘কিক’ খ্যাত অভিনেত্ৰীগৰাকীয়ে এসময়ত কনমেন সুকেশৰ প্ৰেমত পৰিছিল। সম্পৰ্কৰ সময়ত সুকেশৰ পৰা তেওঁ লাভ কৰিছিল কেইবাটাও দামী উপহাৰ। সুকেশৰ সৈতে জড়িত থকাৰ বাবে জেকলিনে কেইবাবাৰো বিতৰ্কৰ সন্মুখীনো হৈছে। জালিয়াতিৰ গোচৰৰ তদন্তৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছিল। কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অভিনেত্ৰীগৰাকীক। উক্ত নিষেধাজ্ঞা যোৱা বছৰ উঠাই লোৱা হয়।

জেকলিনে যিমানেই সম্পৰ্কটোক অস্বীকাৰ নকৰক কিয়, সুকেশ কোনো প্ৰকাৰে তেওঁক শান্তিত থাকিবলৈ দিয়া নাই । জেলত বহি থকা অৱস্থাতে তেওঁ অভিনেত্ৰীগৰাকীলৈ অহৰহ প্ৰেমপত্ৰ লিখিছিল। সেই কথাত জেকলিন বিব্ৰত হৈছে। সুকেশৰ প্ৰেমপত্ৰবোৰত কেতিয়াবা প্ৰেমৰ কথা, কেতিয়াবা প্ৰচণ্ড ভাবুকিও আছিল। অৱশেষত অভিনেত্ৰীগৰাকীয়ে দিল্লী আৰক্ষীৰ কাষ চাপি সুকেশৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আবেদন কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JacquelineFernandezজেকলিনফাৰ্নাণ্ডেজ
Share4Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
51
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
51
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ADVERTISEMENT
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
50
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
53
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

October 3, 2026
54
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d