ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jacqueline Fernandez I ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰ, ভৱিষ্যত কি বলীউডৰ অভিনেত্ৰী জেকলিনৰ?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 6, 2023
Reading Time: 1 min read
A A
0
Jacqueline Fernandez I ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰ, ভৱিষ্যত কি বলীউডৰ অভিনেত্ৰী জেকলিনৰ?

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত কনমেন সুকেশ চন্দ্ৰশেখৰ (Sukesh Chandrasekhar)।বৰ্তমান জে’লত আছে সুকেশ। অৱশ্যে সুকেশৰ সৈতে জড়িত থকাৰ বাবে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ (Jacqueline Fernandez) এতিয়াও ধন আত্মসাতৰ গোচৰত জড়িত হৈ আছে।

Jacquline Fernandes
Jacquline Fernandes’ involvement in the Rs. 200 Crores money laundering:

সুকেশৰ সৈতে ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত অভিনেত্ৰীগৰাকী জড়িত আছে, এই মৰ্মে তেওঁৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰিছিল ইডিয়ে। সেই অভিযোগনামাৰ ভিত্তিত বুধবাৰে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত শুনানি অনুষ্ঠিত হয়। বুধবাৰে তাত উপস্থিত থাকে বলীউডৰ অভিনেত্ৰীগৰাকী।

RELATED POSTS

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

১৮ এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে।২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে পাটিয়ালা হাউছ কোৰ্টত হাজিৰ হৈছিল কনমেন সুকেশ চন্দ্ৰশেখৰ। এই জালিয়াতিৰ গোচৰৰ তদন্তৰ দায়িত্ব দিল্লী আৰক্ষীৰ বিত্তীয় অপৰাধ শাখা আৰু ইডিৰ। সম্প্ৰতি সুকেশ দিল্লীৰ মণ্ডোলী কাৰাগাৰত আবদ্ধ হৈ আছে। ভুৱা পৰিচয় ব্যৱহাৰ কৰি প্ৰভাৱশালী ব্যৱসায়ীৰ পৰা কেইবাশ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ সুকেশৰ বিৰুদ্ধে। সুকেশৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ ভিত্তিত জেকলিনো এই গোচৰৰ সৈতে জড়িত।
অভিযোগ অনুসৰি, সুকেশে প্ৰৱঞ্চনামূলক ধনেৰে জেকলিনক কেইবাটাও দামী উপহাৰ দিছিল। গোচৰটো ইমানেই আগবাঢ়িল যে অভিনেত্ৰীগৰাকীয়ে জামিন লʼবলগীয়া হয়। অৱশ্যে জেকলিনে দাবী কৰে যে সুকেশে তেওঁক মিছা পৰিচয় দি তেওঁৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। সুকেশৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে তেওঁ একো নাজানিছিল।

বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহী (Nora Fatehi) আৰু চাহাট খান্নাৰো (Chahat Khanna) নাম একেটা গোচৰৰ সৈতে জড়িত। তদন্ত অনুসৰি, সুকেশে প্ৰৱঞ্চনামূলক ধনেৰে তেওঁলোকক কেইবাটাও দামী উপহাৰ দিছিল। অৱশ্যে সুকেশৰ পৰা উপহাৰ পোৱাৰ দাবী অস্বীকাৰ কৰে অভিনেত্ৰী নোৰা ফাতেহীয়ে।

Tags: jacqueline fernandezSukesh Chandrasekhar
Share4Tweet3Send

Related Posts

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

by News Desk
August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

by News Desk
August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

by News Desk
August 4, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

ADVERTISEMENT
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
50
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT