ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kolkata building collapse I মাজনিশা কলকাতাত খহি পৰিল নিৰ্মীয়মাণ অট্টালিকা, নিহত ২

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 18, 2024
Reading Time: 1 min read
A A
0
Kolkata building collapse I মাজনিশা কলকাতাত খহি পৰিল নিৰ্মীয়মাণ অট্টালিকা, নিহত ২

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

কলকাতাৰ (Kolkata) গাৰ্ডেন ৰিচত অৱস্থিত এটা ৫ মহলীয়া অট্টালিকা ভাঙি পৰে। দেওবাৰে মাজনিশা কলকাতা পৌৰসভাৰ ১৩৪ নং ৱাৰ্ডৰ গাৰ্ডেন ৰিচৰ ফতেহপুৰ বেনাৰ্জী পাৰা লেনত সংঘটিত হয় এই ঘটনা। পাঁচ মহলীয়া অট্টালিকাটোৰ চাৰিওফালে কেইবাটাও জুপুৰি আছে।

Kolkata building collapse
মাজনিশা কলকাতাত খহি পৰিল নিৰ্মীয়মাণ অট্টালিকা, নিহত ২:

এই অট্টালিকাটো ভাঙি তাৰ ওপৰতে পৰে। আনহাতে, দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় বিধায়ক তথা মেয়ৰ ফিৰহাদ হাকিম। অগ্নিনিৰ্বাপক মন্ত্ৰী সুজিত বসুও উপস্থিত হয়। ফিৰহাদে জনোৱা মতে, ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে।

ইয়াৰে দুজনৰ মৃত্যু হৈছে। আনহাতে, আহতসকলৰ ৭ জনক স্থানীয় চিকিৎসালয়ত আৰু এজনক এছএছকে ম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বাকীসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয়। নিহত দুগৰাকীৰ নাম ছেম বেগম আৰু হাছিনা খাতুন। মেয়ৰৰ উপৰি অগ্নিনিৰ্বাপক বাহিনীৰ মন্ত্ৰী তথা নগৰপাল বিনীত গোৱেল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। দুৰ্যোগ সঁহাৰি বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে এতিয়াও উদ্ধাৰ অভিযান চলাই আছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, গাৰ্ডেন ৰিচ থানাৰ অন্তৰ্গত অঞ্চলটোৰ বহুমহলীয়া ভৱনটোত কেইবাদিনো ধৰি নিৰ্মাণৰ কাম চলি আছিল। দেওবাৰে নিশা প্ৰায় ১২ বজাত বিকট শব্দ কৰি ওচৰৰ এটি ঘৰৰ ওপৰত ভাঙি পৰে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। দুৰ্যোগ সঁহাৰি দল আৰু অগ্নিনিৰ্বাপক বাহিনীক সেই স্থানত উপনীত হ’বলৈ যথেষ্ট সময় লাগে।

কাৰণ উক্ত স্থানত উপনীত হোৱাৰ পথটো যথেষ্ট সংকীৰ্ণ আছিল। ইয়াৰ লগে লগে স্থানীয় বাসিন্দাসকলৰ মাজত ক্ষোভ বিয়পি পৰে। চাৰিওফালে কংক্ৰিটৰ ধ্বংসাৱশেষ বিয়পি পৰে। আনহাতে, ধ্বংসাৱশেষৰ তলত কোনো লোক আবদ্ধ হৈ আছে নেকি তাৰ অনুসন্ধান চলি আছে। ইফালে এই ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

Tags: নিহত ২পৰিল নিৰ্মীয়মাণ অট্টালিকামাজনিশা কলকাতাত খহি
Share4Tweet3Send

Related Posts

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

by News Desk
July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

by Staff Reporter
July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

by Staff Reporter
July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

by News Desk
July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

by News Desk
July 9, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx