ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Accident I ডিফুত অঘটন!  নাদত পৰি অট’চালকৰ কৰুণ মৃত্যু 

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 19, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

কাৰবি আংলঙ জিলাৰ সদৰ চহৰ ডিফুত ঘটিল এক অঘটন!  নাদত পৰি এগৰাকী অট’চালকৰ মৃত্যু হোৱাৰ ঘটনাত এলেকাটোত তীব্ৰ শোকৰ ছাঁ পৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়া ডিফু আৰক্ষীয়ে ডিফুৰ সমীপৱৰ্তী এজিচি কলনিত এটা নাদত পৰি এজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি ডিফু থানাৰ অ’চি কিশোৰ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল উদ্ধাৰকাৰী কুৱা মিস্ত্ৰিৰ দল এটিকলৈ ঘটনাস্থলীত উপস্থিত হয় ৷

ডিফুত অঘটন!  নাদত পৰি অট'চালকৰ কৰুণ মৃত্যু 
ডিফুত অঘটন!  নাদত পৰি অট’চালকৰ কৰুণ মৃত্যু :

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু উদ্ধাৰকাৰী দলটোৱে প্ৰায় ৮০ ফুট দৈৰ্ঘৰ নাদটোৰ পৰা এজন পুৰুষলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি লোকজন ডিফু এজিচি কলনি ৰংপাংৰিৰ টেনজিং হাঞ্চে (৩৫)বছৰ ৷ যোৱা দেউবাৰৰ পৰাই টেনজিং হাঞ্চে নিৰুদ্দেশ হৈ আছিল ৷

আজি পুৱা পৰিয়ালৰ লোকে নাদৰ পৰা পানী তুলিবলৈ গৈ পানীৰ গোন্ধৰ পৰা টেনজিং হাঞ্চে নাদত পৰা বুলি নিশ্চিত কৰে ৷ টেনজিং হাঞ্চে পেচাত এগৰাকী চালক আছিল বুলি জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই পৰীক্ষা কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিব বুলি জানিব পৰা গৈছে ৷

Tags: "ডিফু অঘটনঅট'চালক মৃত্যুআইনী প্ৰক্ৰিয়াউদ্ধাৰকাৰী দলএজিচি কলনি ঘটনাকাৰবি আংলঙ দুৰ্ঘটনাকাৰ্যবাহী দণ্ডাধীশকিশোৰ বৰুৱা নেতৃত্বটেনজিং হাঞ্চেডিফু আৰক্ষীডিফু সমাজনাদত পৰি মৃত্যুনিৰুদ্দেশ চালকমৃতদেহ উদ্ধাৰমৰণোত্তৰ পৰীক্ষাশোক প্ৰকাশসামাজিক শোক"
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx