ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Police raid in Khatkhati : খটখটীত আৰক্ষীৰ তালাচী, দহ হাজাৰ নিচাযুক্ত টেবলেটসহ সৰবৰাহকাৰী আটক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
March 20, 2024
Reading Time: 1 min read
A A
0
Police raid in Khatkhati : খটখটীত আৰক্ষীৰ তালাচী, দহ হাজাৰ নিচাযুক্ত টেবলেটসহ সৰবৰাহকাৰী আটক

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST
আজি পুৱা অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান (Police raid in Khatkhati) চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ (Intoxicating tablets seized) কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক (Arrest of supplier) কৰিবলৈ সক্ষম হয়।

khat 5 | ASSAM TIMES POST

প্ৰাপ্ত তথ্য অনুসৰি, খটখটীত আজি পুৱাৰ ভাগত চলোৱা নিয়মীয়া তালাচীৰ সময়তে পুৱা প্ৰায় ৮.৪০ বজাত ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা এএছ-০২-এচি-০৬৫১ নম্বৰৰ যাত্ৰীবাহী বাছখনত তালাচী চলাই এজন যাত্ৰীৰ বেগৰ পৰা দহ হাজাৰ (প্ৰায় এক কিঃগ্ৰাঃ) ডব্লিউ ৱাই২১(য়াবা) টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।

khat 2 1 | ASSAM TIMES POST

এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰ ইম্ফলৰ মহঃ ৰঈছ খান (Md. Raees Khan of Manipur Impha) (২৪) নামৰ সৰবৰাহকাৰীটোক আটক‌ কৰি অনুসন্ধান অব্যাহত ৰাখিছে। জব্দ হোৱা নিচাযুক্ত টেবলেটখিনিৰ বজাৰমূল্য কমেও প্ৰায় আঢ়ৈ কোটি টকা বুলি অনুমান কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IntoxicatingTabletsSeizedin Khatkhatiনিচাযুক্তটেবলেটজব্দ
Share4Tweet3Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
61
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
61
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
66
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
50
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

September 19, 2026
50
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

September 19, 2026
50
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

September 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

September 19, 2026
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d