ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Rangbong Terang : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং ক্ৰমাৎ সুস্থ হৈ উঠিছে, আহাৰ গ্ৰহণ কৰিছে

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
April 8, 2024
Reading Time: 1 min read
A A
0
Rangbong Terang : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং ক্ৰমাৎ সুস্থ হৈ উঠিছে, আহাৰ গ্ৰহণ কৰিছে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

দেওবাৰে অসুস্থ হৈ পৰা বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী ৰংবং তেৰাঙ (Padma Shri Rangbong Terang) আজি ক্ৰমাৎ সুস্থ হৈ পৰিছে (is recovering gradually)৷ পূৰ্বতকৈ সুস্থ হৈছে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং। মহানগৰীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে সাহিত্যিকগৰাকীক। চিকিৎসকৰ তত্বাৱধানত ক্ৰমান্বয়ে সুস্থ হৈছে বিশিষ্ট সাহিত্যিকগৰাকী। সোমবাৰে পুৱাৰ আহাৰ গ্ৰহণ কৰি চিকিৎসালয়ৰ বিছনাত বহি কথা পাতিছে ৰংবং তেৰাঙে।

উল্লেখ্য যে দেওবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি শুই থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল পদ্মশ্ৰী ৰংবং তেৰাং। তাৰ পাচতে বিয়লি ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সাহিত্যিকগৰাকীক । অৱশ্য়ে নিশা উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতালৰ পৰা প্ৰেৰণ কৰা হয় গুৱাহাটী মহানগৰীলৈ।

Terang | ASSAM TIMES POST

নিশাই মহানগৰীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি (Admitted to Dispur Polyclinic Hospital ) কৰোৱা হয় ”ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টাক। সাহিত্যিকগৰাকীক দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতে হস্পতালত উপস্থিত হয় বহু কেইগৰাকী গুণমুগ্ধ। ইপিনে, নিশাই সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ হস্পতালত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ।

উল্লেখ্য যে কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং। অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতিৰ দায়িত্ব দুবাৰকৈ গ্ৰহণ কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। অসমীয়া আৰু কাৰ্বি মূলতঃ এই দুয়োটা ভাষাতে তেওঁ ৰচনা কৰি আহিছে একাধিক উপন্যাস আৰু গ্ৰন্থ।

Tags: RangbongTerangrecoveringৰংবংতেৰাংক্ৰমাৎসুস্থ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx