ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu Constituency I ডিফু লোকসভা সমষ্টিৰ দ্বিতীয় দিন ইভিএমলৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওণা নিৰ্বাচনী বিষয়া-কৰ্মীসকল

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
April 25, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

পাৰ্বত্য জিলাৰ একমাত্ৰ সংসদীয় ৬নং ডিফু সমষ্টিৰ (No. 6 Diphu Constituency) ১,০১৬ টা ভোট কেন্দ্ৰলৈ আজি ডিফু, বোকাজান, হামৰেণ আৰু হাফলং নিৰ্বাচনী জিলাৰ পৰা ৰাওনা হৈছে। EVM আৰু অন্যান্য নিৰ্বাচনী সামগ্ৰী লৈ লৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা (Leaving for polling booths) নিৰ্বাচনী বিষয়াৰ দলসমূহ (Parties of Electoral Officers)। কালি ২০১ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মী উপস্থিত হৈছে ৷

ডিফু লোকসভা সমষ্টিৰ দ্বিতীয় দিন ইভিএমলৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওণা নিৰ্বাচনী বিষয়া-কৰ্মীসকল
ডিফু লোকসভা সমষ্টিৰ দ্বিতীয় দিন ইভিএমলৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওণা নিৰ্বাচনী বিষয়া-কৰ্মীসকল:

আজি ডিফুৰ আইএছবিটি ষ্ট্ৰং ৰুমৰ পৰা EVM মেচিন লগতে সা-সৰঞ্জাম লৈ ডিফু বিধানসভা সমষ্টিৰ ২২১টা আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ ১৯৬ টা ভোট গ্ৰহন কেন্দ্ৰ লৈ নিৰ্বাচনী বিষয়াসকল ৰাওনা হৈছে। ৬নং ডিফু লোকসভা সমষ্টিত সৰ্বমুঠ ভোট গ্ৰহণ কেন্দ্ৰ ১২১৭টা (Polling booths 1217)।Diphup3 | ASSAM TIMES POST

বোকাজান-২০৩টা হাওৰাঘাট-২২২টা ডিফু -২২৬ ৰংখাং-১৭২টা আমৰি-১৪০ হাফলং-২৫৪টা ভোট গ্ৰহণ কেন্দ্ৰ।

ইতিমধ্যে কালি ২০১টা দুৰ্গম অঞ্চলৰ ভোট গ্ৰহন কেন্দ্ৰত গৈ উপস্থিত হৈছে নিৰ্বাচনী দল।

তদুপৰি ডিফু-হাওৰাঘাটত ২০টা আৰু বোকাজান সমষ্টিত ২৫টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়া দ্বাৰা পৰিচালিত হ’ব ৷

ডিফু-হাওৰা‌ঘাট সমষ্টিত ২০টা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ থাকিব ৷

DiphuP2 3 | ASSAM TIMES POST

১৪৫টা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে আৰু এইবাৰ দুটা ভোট কেন্দ্ৰ যুৱতী বিষয়াৰ দ্বাৰা ডিফুৰ চৰকাৰী বালক আৰু বালিকা বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰত নিৰ্বাচন পৰিচালিত কৰিব।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে কয়যে, ভোটকেন্দ্ৰলৈ ভোট গ্ৰহণ কৰিবলগীয়া নিৰ্বাচনী বিষয়া কৰ্মী সকলক যাৱতীয় সুবিধা ক্ৰমে, মেডিকেল কীট,পানী,ছাতি, লাইট আৰু দুজনকৈ আৰক্ষীৰ লোক দিয়া হৈছে ৷ ৬৫০ ভোট কেন্দ্ৰত ওৱেভ কাষ্টিং কৰাৰ লগতে বিশেষ ভাবে সক্ষম আৰু ৮৫ উৰ্ধৰ বৃদ্ধ লোক লোকৰ বাবে ভোট গ্ৰহণৰ বিশেষ ব্যৱস্থা কৰাৰ লগতে হুইল চেয়াৰৰ ব্যৱস্থা কৰা হৈছে।

Tags: DiphuConstituencyElectionডিফুলোকসভানিৰ্বাচন
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx