ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

No. 6 Diphu Constituency : দ্বিতীয় পৰ্যায়ৰ ৬নং ডিফু জনজাতি লোকসভা সমষ্টিৰ বাবে ই ভি এম মেচিনলৈ বিষয়া-কৰ্মীসকলৰ ভোট কেন্দ্ৰলৈ ৰাওণা

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 24, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

অহা ২৬ তাৰিখে অনুষ্ঠিত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৬নং ডিফু সমষ্টিৰ (No. 6 Diphu Constituency) বাবে বুধবাৰে পুৱা  ২০১ ভোটকেন্দ্ৰৰ বাবে নিৰ্বাচনী বিষয়া, কৰ্মচাৰীসকল ৰাওনা (Election officials, staff leave for polling booths) হৈছে। বাকী ভোটকেন্দ্ৰৰ বাবে কাইলৈৰ পৰা ৰাওণা হ’ব বলি জানিব পৰা গৈছে৷ ইতিমধ্যে জিলা প্ৰশাসনে প্ৰতিটো ভোটকেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া সুনিশ্ছিত কৰিছে৷ ভোট কেন্দ্ৰসমূহত যাতে সুকলমে আৰু নিৰাপদেৰে ভোট গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে আৰক্ষী, কামাণ্ডো কেন্দ্ৰীয় সুৰক্ষা বল নিয়োজিত কৰা হৈছে বুলি জিলাখনৰ সহকাৰী নিৰ্বাচনী বিষয়া চন্দন বৰগোঁহাইয়ে জানিবলৈ দিছে। 

উল্লেখযোগ্য যে, ৬ নং ডিফু জনজাতি লোকসভা সমষ্ঠিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ  ১২১৭ টা (Total polling stations 1217), ২৬ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন (second phase of elections will be held on April 26)ৰ বাবে সমষ্ঠুটোৰ পৰা এইবাৰৰ প্ৰাৰ্থী বি জে পি : অমৰছিং তিছ’, কংগ্ৰেছ : জয়ৰাম ইংলেং, এ এছ ডি চি : জৎছন বে’, এ পি এইচ এল চি : জন ইংতি কাঠাৰ আৰু গণ সুৰক্ষা পাৰ্টি : জন বৰ্ণাড চাংমা৷ সমষ্ঠিটোত মুঠ ভোটাৰ : ৮৯৩০৫৮৷ পুৰুষ ভোটাৰ : ৪৪৫৩৫৩, মহিলা ভোটাৰ : ৪৪৭৬৮৬, তৃতীয় লিঙ্গৰ ভোটাৰ : ১৯, পূৱ কাৰ্বি আংলঙৰ ভোটাৰ : ৫১২৩২৪, পুৰুষ ভোটাৰ : ২৫৪৪৭৯, মহিলা ভোটাৰ : ২৫৭৮২৭, তৃতীয় লিঙ্গৰ ভোটাৰ : ১৮৷ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ : ৬৫১ ৷

পশ্চিম কাৰ্বি আংলঙৰ ভোটাৰ : ২২৫২০৬, পুৰুষ ভোটাৰ : ১১৩২৭৮, মহিলা ভোটাৰ : ১১১৯২৭, তৃতীয় লিঙ্গৰ ভোটাৰ : ০১, মুঠ ভোট গ্ৰহণ কেন্দ্ৰ : ৩১২, ডিমা হাচাওৰ ভোটাৰ : ১৫৫২৫৯,পুৰুষ,ভোটাৰ : ৭৭৩২৭, মহিলা ভোটাৰ : ৭৭৯৩২, তৃতীয় লিঙ্গৰ ভোটাৰ : ০,  মুঠ ভোট গ্ৰহণ কেন্দ্ৰ : ২৫৩।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuConstituencyডিফুলোকসভাসমষ্টি
Share4Tweet3Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
50
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d