ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
September 12, 2026
Reading Time: 1 min read
A A
0
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

RELATED POSTS

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

পত্নী কৰ্মসূত্ৰে গুৱাহাটীত থকা অৱস্থাত পৰস্ত্ৰীৰ সৈতে যৌন উপভোগ। বিছনাত শুই থকা অৱস্থাত ধৰা পেলালে নিজৰ পত্নীয়ে। এই ঘটনাটো সংঘটিত হৈছে কলিয়াবৰৰ জেঙনিত। স্বামী দাদুল হাতীমতা (Dadul Hatimota) আৰু পত্নী কুকী হাতীমতাই পূৰ্বতে একেলগে অসম সমবায় মৰাপাট কলত কাম কৰিছিল যদিও মৰাপাট কলটো বন্ধ হোৱাত পত্নীয়ে কাম কৰিবলৈ গুৱাহাটীলৈ যায়। আনহাতে, মৰাপাট কলটোৰ উৎপাদন পুনৰ আৰম্ভ হোৱাত স্বামীয়ে তাতে কাম কৰিবলৈ লয় যদিও পত্নীয়ে আত্মীয়ৰ ঘৰত থাকি গুৱাহাটীতে কাম কৰি আছিল।

কিন্তু স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক স্থাপনৰ কথা গম পায় পত্নী কুকীয়ে। ফলত স্বামীৰ এই কথা প্ৰমাণ কৰিবলৈ আহি নিশা হাতে-লোতে ধৰা পেলায়। ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। নিশাই পত্নীয়ে পৰিয়ালৰ লোক আৰু চুবুৰীয়াৰ মানুহক লগত লৈ চলোৱা অভিযানত বিছনাতে পৰস্ত্ৰীৰ সৈতে শুই থকা অৱস্থাত স্বামীক ধৰা পেলায়। পৰৱৰ্তী সময়ত চুলুং আৰক্ষী আহি উপস্থিত হৈ স্বামী দাদুলক আটক কৰি থানালৈ আনি ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে, পত্নী কুকী হাতীমতাই স্বামী আৰু মহিলাগৰাকীক উচিত শাস্তি প্ৰদানৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
50
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
50
টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ
Assam

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

by News Desk
September 12, 2026
50
Job Scam : বাক্সাত চাকৰিৰ প্ৰলোভনেৰে বাই-ভনীৰ লুন্ঠন নিবনুৱা যুৱকক
Assam

Job Scam : বাক্সাত চাকৰিৰ প্ৰলোভনেৰে বাই-ভনীৰ লুন্ঠন নিবনুৱা যুৱকক

by News Desk
September 12, 2026
50
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক

by News Desk
September 12, 2026
50
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Nagaon Bye Election : প্ৰতীক্ষাৰ অন্ত, নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

by News Desk
September 11, 2026
52
ADVERTISEMENT
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
50
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
50
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
50
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d