ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Election Commission of India : ধৰ্মীয় আৰু সাম্প্ৰদায়িক অপপ্ৰচাৰত বাধা নিৰ্বাচন আয়োগৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 23, 2024
Reading Time: 1 min read
A A
0
Election Commission of India : ধৰ্মীয় আৰু সাম্প্ৰদায়িক অপপ্ৰচাৰত বাধা নিৰ্বাচন আয়োগৰ

RELATED POSTS

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

New Logo Smal 2 | ASSAM TIMES POST

কংগ্ৰেছ আৰু বিজেপিৰ তাৰকা প্ৰচাৰকসকলে যাতে আগন্তুক দুটা পৰ্যায়ৰ নিৰ্বাচনত (Election) ধৰ্ম, জাতি, সম্প্ৰদায়, ভাষাৰ ভিত্তিত প্ৰচাৰ চলাব নোৱাৰে (cannot campaign on the basis of religion, caste, community or language) তাৰ বাবে আজি আয়োগে দুয়োটা দলৰ ৰাষ্ট্ৰীয় সভাপতিসকলক সকীয়াই দিয়ে। অৱশ্যে কমেও দুসপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগ (Election Commission) নিমাত আছে।

Election 1 | ASSAM TIMES POST

নিৰ্বাচন আয়োগে বিজেপি আৰু কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি ক্ৰমে জে পি নাড্ডা আৰু মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা নিৰ্দেশ (Directions sent to Congress and BJP)ত উল্লেখ কৰে যে দল দুটাৰ শীৰ্ষ নেতা দুগৰাকীয়ে যাতে বাকী থকা দলসমূহৰ শব্দৰ ব্যৱহাৰত তাৰকা প্ৰচাৰকসকলে সংযত হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। দল দুটাৰ সভাপতিয়ে বিৰোধী ৰাজনৈতিক দলক আক্ৰমণ কৰাৰ ক্ষেত্ৰত শিষ্টাচাৰ মানি চলিবলৈ দলৰ তাৰকা প্ৰচাৰকসকলক নিৰ্দেশ জাৰি কৰিব লাগে।

আয়োগৰ তথ্য অনুসৰি চলিত লোকসভা নিৰ্বাচন সন্দৰ্ভত কেইবাটাও ধৰ্মীয় আৰু জাতিগত মন্তব্য শুনা গৈছে। যিটো বাঞ্ছনীয় নহয়। আয়োগৰ পত্ৰত উল্লেখ কৰা অনুসৰি, তাৰকা প্ৰচাৰকসকলৰ প্ৰচাৰৰ হাৰ হ্ৰাস পোৱাৰ বাবেই বিজেপি আৰু কংগ্ৰেছক এই নিৰ্দেশ দিয়া হৈছে। আয়োগৰ তথ্য অনুসৰি, নিৰ্বাচনৰ বাবে ভাৰতৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিবেশ যাতে প্ৰভাৱিত নহয় তাৰ বাবে এই নিৰ্দেশনা। আয়োগে বিজেপি আৰু ইয়াৰ তাৰকা প্ৰচাৰকসকলক ধৰ্মীয়, সাম্প্ৰদায়িক অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে। একেদৰে অগ্নিবীৰ বা প্ৰতিৰক্ষাৰ দৰে বিষয়ত কংগ্ৰেছে মন্তব্য কৰিব নোৱাৰে। ইয়াৰ উপৰি খাৰ্গৰ দলটোক অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈও কোৱা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ElectionCommissionofIndiaনিৰ্বাচনআয়োগ
Share4Tweet3Send

Related Posts

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
50
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
50
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
51
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d