ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দীপিকা-জেএনইউ প্ৰসংগৰ বাদ-বিবাদ তুংগত : ‘দেশৰ ভিত্তি এইটো নহয়’- দীপিকা

ASSAM TIMES POST by ASSAM TIMES POST
January 9, 2020
Reading Time: 1 min read
A A
0
দীপিকা-জেএনইউ প্ৰসংগৰ বাদ-বিবাদ তুংগত : ‘দেশৰ ভিত্তি এইটো নহয়’- দীপিকা

0 1 e1574345654996 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক

ক্ৰোধত কঁপিছে দীপিকা পাডুকন। কষ্টও অনুভৱ কৰিছে। চৌপাশৰ ঘটনা প্ৰত্যক্ষ কৰি তেওঁৰ অনুভৱ, এইবোৰ তেওঁৰ দেশৰ ভিত্তি নহয়।

উল্লেখ্য যে মঙলবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ গৈ আন্দোলনকাৰী ছাত্র-ছাত্রীসকলৰ কাষত উপস্থিত হৈছিল দীপিকা। তাৰ পিছতেই টুইটাৰত দীপিকাক বয়কটৰ আহ্বান জনাইছিল বিজেপিৰ মুখপাত্র তেজিন্দৰ সিং বাগ্গাই। দীপিকাৰ নতুন ছবি ‘ছপাক’ৰ টিকট বাতিলৰ আহ্বানত লাগি যায় গেৰুৱা শিবিৰ। এই সমগ্ৰ ঘটনা প্রবাহক লৈ বুধবাৰে এটি টিভি চেনেলে দীপিকাক প্রশ্ন কৰাত তেওঁ কয়, ‘‘মই যি কৈছোঁ সেয়া দুবছৰ পূৰ্বেই কৈছিলোঁ, যেতিয়া ‘পদ্মাৱত’ মুক্তি পাইছিল। আজি যি দেখিছোঁ, তাত মোৰ কষ্ট৷’’

প্ৰণিধানযোগ্য যে পদ্মাৱতৰ সময়ত দীপিকাৰ নাক কটাৰ ধমকি দিছিল এটি সংগঠনে। তাৎপর্যপূর্ণভাৱেই বুধবাৰে সেই সময়ৰ কথাই ফুটি উঠে অভিনেত্রীগৰাকীৰ কথাত। তেওঁ কয়, ‘‘মই ভয় কৰিছোঁ। দুখো হৈছে। এইটো আমাৰ দেশৰ ভিত্তি নহয়।’’ জেএনইউৰ হিংসাত্মক ঘটনা প্ৰসংগত প্রশ্ন কৰাত তেওঁ কয়, ‘‘যি হৈছে, তাত মোৰ তীব্ৰ খং উঠিছে। পৰিস্থিত অধিক বেয়া হ’ল, কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই৷’’

deepika 1578409224 | ASSAM TIMES POST

অৱশ্যে গেৰুৱা শিবিৰৰ আক্রমণ এতিয়াও অব্যাহত আছে। উগ্র সমর্থকসকলৰ লগতে দীপিকাৰ বিৰুদ্ধে নামি পৰিছে বিজেপিৰ শীর্ষ নেতাসকলো। ইয়াৰ ভিতৰত এজন হ’ল বিজেপিৰ ভাৰপ্রাপ্ত সাংগঠনিক নেতা বি এল সন্তোষ। আৰএছএছ আৰু বিজেপিৰ মাজত তেওঁ সমন্বয়কাৰী ব্যক্তি। বৃহস্পতিবাৰে পুৱাতেই তেওঁ টুইটাৰত দীপিকাৰ ছবি বয়কটৰ আহ্বানক সমর্থন কৰে৷ দক্ষিণ দিল্লীৰ বিজেপি সাংসদ ৰমেশ বিধুৰিয়ে মাত্র দুদিন পূৰ্বে নিজৰ সমষ্টিলৈ লৈ গৈছিল গৃহমন্ত্রী অমিত শাহক। প্ৰশংসাও পাইছিল তেওঁ। বৃহস্পতিবাৰে সেই বিধুৰিয়েও ‘টুকড়ে টুকড়ে গেং’ক সমর্থন কৰাৰ বাবে দীপিকাৰ ছবি বয়কট কৰাৰ আহ্বান জনাইছে। তেওঁৰ মন্তব্য, বলীউড তাৰকাসকলৰ উচিত, নিজৰ ছবিৰ মাধ্যমেৰে যুৱ-সমাজক ইতিবাচক বার্তা প্ৰেৰণ কৰা। ইয়াৰ বিপৰীতে তেওঁলোকক ‘দেশদ্ৰোহী’ৰ সৈতে দেখা গৈছে, যিটো অনুচিত।

কেৱল ইমানতেই থমকি ৰোৱা নাই বিজেপি। দীপিকাৰ প্রায় এক দশক পূৰ্বৰ এটি ভিডিঅ’ বিচাৰি উলিয়াইছে তেওঁলোকে। তাত এক সাক্ষাৎকাৰত দীপিকাক প্রশ্ন কৰা হৈছিল, ‘‘কোনো যুৱ নেতাৰ কথা ক’ব নেকি, যিয়ে ভাল কাম কৰিছে?’’ দীপিকাৰ উত্তৰ আছিল, ‘‘ৰাজনীতিৰ বিষয়ে বেছি নাজানো। যিটো টিভিত দেখিছোঁ, তাত ৰাহুল গান্ধীয়ে আমাৰ দেশেৰ বাবে যি কৰিছে, সেইটা উৎকৃষ্ট উদাহৰণ। আশাকৰো, এদিন তিওঁ দেশৰ প্রধান মন্ত্রী হ’ব।’’ দীপিকাক তেতিয়া প্রশ্ন কৰা হৈছিল, ‘‘আপুনি বিচাৰে ৰাহুল গান্ধী প্রধান মন্ত্রী হওক? কিয় বিশেষভাৱে তেওঁ?’’ দীপিকাই কৈছিল, ‘‘নিশ্চয় (প্রধান মন্ত্রী হোৱাৰ ক্ষেত্ৰত)। ঐতিহ্য আৰু ভৱিষ্যতৰ কথা মনত ৰাখি তেওঁ যুৱকসকলৰ সৈতে যোগাযোগৰ সেতু গঢ়ি তুলিব পাৰে।’’

Deepika 759 | ASSAM TIMES POST

বিজেপিৰ কর্মকাণ্ড প্ৰত্যক্ষ কৰি কংগ্রেছৰ মুখপাত্র পবন খেৰাই কয়, ‘‘বিজেপিয়ে কি ভাবে নেকি, ছবিৰ প্রচা ৰৰবাবে দীপিকা নাগপুৰৰ আৰএছএছৰ মুখ্য কাৰ্যালয়লৈ যোৱা উচিত আছিল? বিশ্ববিদ্যালয়ত অশান্তি হৈছে, খোদ প্রধান মন্ত্রী আৰু গৃহমন্ত্রী কিয় ছাত্রসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ যোৱা নাই? ছাত্রসকলৰ ক্ষোভ দূৰ কৰাৰ চেষ্টা কৰিছেনে তেওঁলোকে? ওলোটাই আকৌ আক্রান্তসকলৰ বিৰুদ্ধেই এফআইআৰ কৰিছে।’’ কংগ্রেছৰ প্রশ্ন, দুদিন পূৰ্বেই বিজেপি নেতা শিৱৰাজ সিং চৌহান দীপিকাৰ প্রশংসাত পঞ্চমুখ হৈছিল, কাৰণ এচিড আক্ৰমণত আক্রান্তৰ সৈতে দীপিকাই নিজৰ জন্মদিন পালন কৰিছিল। আৰু কালি জেএনইউলৈ যোৱাৰ বাবেই  দীপিকা ৰাতিৰ ভিতৰতে ‘ৰাষ্ট্রবিৰোধী’ হৈ গ’ল? কংগ্রেছে লগতে এইটোও জনায় যে পূৰ্বেও যিমান ছবি বয়কট হৈছে, তাৰ অধিকাংশই বক্স অফিচত অভিলেখ গঢ়িছে।

Deepika JNU 750 1 | ASSAM TIMES POST

অৱশ্যে ইণ্টাৰনেট-ৱালত দীপিকাৰ ছবি বয়কটৰ প্ৰত্যুত্তৰ শ্লোগানো চলিছে, ‘হম দেখেঙ্গে।’ ডিএমকে নেত্রী কানিমোঝিয়ে কয়, ‘‘মই খুব বেছি হিন্দী ছবি চোৱা নাই। কিন্তু এই সমগ্ৰ বয়কটৰ আহ্বান দিয়াৰ ফলত মোৰ দৰে লোকসকলেই দীপিকাৰ ছবি চাবলৈ যাব।’’ উল্লেখ্য যে ইতিমধ্যেই জেএনইউৰ আহত ছাত্র-নেত্রী ঐশী ঘোষক দেখা কৰিছে কানিমোঝিয়ে।

পৰিস্থিতি কিছু চম্ভালিবলৈ গৈ মোডী চৰকাৰৰ মন্ত্রী প্রকাশ জাভড়েকাৰে অৱশ্যে কয়, ‘‘গণতান্ত্রিক দেশত যিকোনো ব্যক্তি বা শিল্পী যিকোনো ঠাইলৈ যাব পাৰে। নিজৰ বক্তব্য আগবঢ়াব পাৰে। ইয়াত কোনো আপত্তি নাই।’’ কিন্তু আপোনালোকৰ দলৰ নেতাসকলেইতো বয়কটৰ আহ্বান কৰিছে, আপোনাৰ কথা আপোনাৰেই নেতাসকলে কিয় নামানে বুলি প্ৰশ্ন কৰাত জাভড়েকাৰে কয়, ‘‘মইতো এনে একো শুনা নাই, পঢ়াও নাই, কোনে ক’ক কি কৈছে। মই এতিয়া বিজেপিৰ মন্ত্রী আৰু নেতা হিচাবেই কথা কৈছোঁ।’’

Tags: Featured2
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx