ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi visits Hathras I হাথৰছৰ ভুক্তভোগীক সাক্ষাৎ ৰাহুল গান্ধীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 5, 2024
Reading Time: 1 min read
A A
0
Rahul Gandhi visits Hathras I হাথৰছৰ ভুক্তভোগীক সাক্ষাৎ ৰাহুল গান্ধীৰ

Oplus_0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

লোকসভাৰ বিৰোধী দলপতি তথা ৰায়বৰেলীৰ সাংসদ ৰাহুল গান্ধীয়ে (Rahul Gandhi) শুকুৰবাৰে পুৱা ৭ বজাত উত্তৰ প্ৰদেশৰ আলিগড়ত উপস্থিত হয়। হাথৰছলৈ যোৱাৰ পথত তেওঁ আলিগড়ৰ পিলাখনা গাঁৱলৈ গৈ দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰে।

Rahul Gandhi visits Hathras I
হাথৰছৰ ভুক্তভোগীক সাক্ষাৎ ৰাহুল গান্ধীৰ:

ৰাহুলে হাথৰাছৰ আত্মীয়ৰ কাষত থিয় দিয়াৰো আশ্বাস দিয়ে। আনহাতে, বিৰোধী নেতাগৰাকীৰ সন্মুখত শোকত ভাগি পৰে লোকসকল। আলিগড়ৰ পিছত ৰাহুল যায় হাথৰছলৈ। চিকিৎসালয়লৈ গৈ আহতসকলক সাক্ষাৎ কৰে।

তেওঁ হাথৰছৰ মৃতকৰ পৰিয়ালৰ সৈতেও কথা পাতে। উল্লেখযোগ্য যে মঙলবাৰে বিয়লি হাথৰছৰ সৎসঙ্গত ১২৩ জন লোকৰ মৃত্যু হয়। ৪৮ ঘণ্টাৰ অন্তত অৱশেষত আৰক্ষী সক্ৰিয় হৈ পৰে। বৃহস্পতিবাৰে এই ঘটনাত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা ৬ জনৰ ভিতৰত দুগৰাকী মহিলা আৰু ৪ গৰাকী পুৰুষ।

আটক কৰা লোককেইজন আছিল সৎসংগৰ স্বেচ্ছাসেৱক। আলিগড় ৰেঞ্জ আৰক্ষীৰ আই জি শালৱ মাথুৰে কয় যে মূল অভিযুক্ত দেৱপ্ৰকাশ মধুকৰ এতিয়াও পলাতক হৈ আছে।

তেওঁক ধৰাই দিয়াৰ বাবে এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেণ্টো জাৰি কৰা হ’ব।

Tags: সাক্ষাৎ ৰাহুল গান্ধীৰহাথৰছৰ ভুক্তভোগীক
Share4Tweet3Send

Related Posts

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

by Staff Reporter
April 29, 2026
50
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎
National-International

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

by Staff Reporter
April 29, 2026
50
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ
National-International

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

by Staff Reporter
April 29, 2026
50
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

by Staff Reporter
April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

by Staff Reporter
April 28, 2026
50
ADVERTISEMENT
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
50
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎
National-International

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

April 29, 2026
50
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ
National-International

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

April 29, 2026
50
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

April 29, 2026
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT