ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Flight Crashed in Kathmandu I কাঠমাণ্ডুত ভয়াৱহ বিমান দুৰ্ঘটনা, ১৮ যাত্ৰীৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 24, 2024
Reading Time: 1 min read
A A
0
Flight Crashed in Kathmandu I কাঠমাণ্ডুত ভয়াৱহ বিমান দুৰ্ঘটনা, ১৮ যাত্ৰীৰ মৃত্যু

Oplus_0

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

নেপালত পুনৰ সংঘটিত হৈছে বিমান দুৰ্ঘটনা (Flight Crashed)। বুধবাৰে নেপালৰ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে সূৰ্য এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ক্ৰু আৰু যাত্ৰীকে ধৰি মুঠ ১৯ জন লোকক লৈ উৰামৰা বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়।

Flight Crashed in Kathmandu I
কাঠমাণ্ডুত ভয়াৱহ বিমান দুৰ্ঘটনা, ১৮ যাত্ৰীৰ মৃত্যু:

লগে লগে বিমানখন ক’লা ধোঁৱাই আৱৰি ধৰে। বিমানবন্দৰৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে। সম্প্ৰতি বিমানবন্দৰটোৰ সেৱা বন্ধ কৰি দিয়া হৈছে।

বুধবাৰে পুৱা বিমানখনে উৰামৰাৰ সময়ত বতৰ বেয়া আছিল। উৰণৰ কিছু সময়ৰ পিছতে যাত্ৰীবাহী বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। টি আই এৰ মুখপাত্ৰ প্ৰেমনাথ ঠাকুৰে জনোৱা মতে, পুৱা প্ৰায় ১১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয়। বিমানখনত থকা লোকসকলক উদ্ধাৰ কৰা হৈছে। আনহাতে, পাইলটজনকো উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

জানিব পৰা মতে, পাইলট মনীষ শাক্যক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁক শিনামংগলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। বিভিন্ন সূত্ৰৰ তথ্য অনুসৰি, কমেও ১৩ জন যাত্ৰীৰ মৃত্যু হৈছে। উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ।

ইফালে দক্ষিণ এছিয়া টাইমছৰ বাতৰি অনুসৰি, বিমানখন ৰাণৱেৰ পৰা ছিটিকি পৰে। শেহতীয়া তথ্য অনুসৰি, ১৯ জন লোকৰ ভিতৰত ১৮ জনৰ মৃত্যু হয়।

উল্লেখ্য যে ২০১০ চনৰ পৰা নেপালত এটাৰ পিচত আন এটা বৃহৎ বিমান দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বিগত ১৪ বছৰত কমেও ১২টা এনে দুৰ্ঘটনা সংঘটিত হৈছে, য’ত বহু লোকে প্ৰাণ হেৰুৱাইছে। চলিত বৰ্ষৰ জানুৱাৰী মাহতো য়েটি এয়াৰলাইন্সৰ এখন বিমান উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। পোখাৰাত অগ্নিকাণ্ড সংঘটিত হৈ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। উক্ত বিমানখনত মুঠ ৭২ জন লোক আছিল আৰু সকলোৰে মৃত্যু হয়।

Tags: কাঠমাণ্ডুত ভয়াৱহ বিমান দুৰ্ঘটনা১৮ যাত্ৰীৰ মৃত্যু
Share4Tweet3Send

Related Posts

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

by Staff Reporter
April 27, 2026
50
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা
National-International

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

by Staff Reporter
April 27, 2026
50
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি
National-International

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

by Staff Reporter
April 27, 2026
50
‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত
National-International

‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত

by Staff Reporter
April 27, 2026
50
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

by Staff Reporter
April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

by Staff Reporter
April 26, 2026
50
ADVERTISEMENT
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
50
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা
National-International

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

April 27, 2026
50
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি
National-International

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

April 27, 2026
50
‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত
National-International

‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

April 27, 2026
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx