ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Vinesh Phogat I স্বদেশত উপস্থিত বিনেশ, উষ্ম অভ্যৰ্থনাত চকুলো টুকিলে মল্লযুঁজাৰুগৰাকীয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2024
Reading Time: 1 min read
A A
0
Vinesh Phogat I স্বদেশত উপস্থিত বিনেশ, উষ্ম অভ্যৰ্থনাত চকুলো টুকিলে মল্লযুঁজাৰুগৰাকীয়ে

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

অৱশেষত ঘৰলৈ উভতি আহিল বিনেশ ফ’গাট (Vinesh Phogat back home)। গেমছ ভিলেজ এৰি তেওঁ পেৰিছতে আছিল। শনিবাৰে দিল্লী বিমানবন্দৰত উপস্থিত হয় বিনেশ। বহুতে তেওঁক সম্ভাষণ জনাবলৈ অপেক্ষা কৰি আছিল। বজৰং পুনিয়া আৰু সাক্ষী মালিকো তাত আছিল। পদক লাভ নকৰিলেও এনে সম্বৰ্ধনা লাভ (Felicitation) কৰি বিনেশে চকুলো ৰাখিব নোৱাৰিলে।

শনিবাৰে বিনেশৰ বাবে অপেক্ষা কৰি দিল্লী বিমানবন্দৰত বহু লোক উপস্থিত আছিল। ফুলৰ থোপাৰে তেওঁক সম্ভাষণ জনোৱা হয়। এনে লাগিছিল যেন তেওঁ পদক লাভ কৰিছে। এনে আদৰণি পোৱাৰ পিছত বিনেশে নিজকে ধৰি ৰাখিব নোৱাৰি কান্দি উঠে।

fogot 1 | ASSAM TIMES POST
দিল্লী বিমানবন্দৰত বিনেশ ফ’গাটক উষ্ম অভ্যৰ্থনাত চকুলো টুকিলে মল্লযুঁজাৰুগৰাকীয়ে

উল্লেখযোগ্য যে পেৰিছ অলিম্পিকৰ ৫০ কেজি শাখা (50kg category at the Paris Olympics)ৰ ফাইনেলত প্ৰৱেশ কৰিছিল মহিলা মল্লযুঁজাৰুগৰাকীয়ে। কিন্তু ফাইনেল খেলাৰ পূৰ্বে তেওঁৰ ওজন ১০০ গ্ৰাম বেছি হয়। তাৰ বাবেই বিনেশক বহিষ্কাৰ কৰা হয়। তেওঁ ৰূপৰ পদক দাবী কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতত গোচৰ তৰে। কিন্তু সেইটোৱেও একো সহায় নকৰিলে। বিনেশক ৰূপ দিয়া নহ’ল।

আনহাতে, লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা গগন নাৰঙে কয়, “বিনেশ চেম্পিয়ন হৈ গেমছ ভিলেজলৈ আহিছিল। আৰু তেওঁ চেম্পিয়ন হিচাপেই থাকিব। কেতিয়াবা আনক অনুপ্ৰাণিত কৰিবলৈ অলিম্পিক পদকৰ প্ৰয়োজন নহয়। পৰৱৰ্তী প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা বিনেশ। আপোনাক প্ৰণাম।”

Tags: VineshPhogatবিনেশফ'গাট
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব
Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

by News Desk
March 9, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

by News Desk
March 5, 2026
50
ADVERTISEMENT
‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ
National-International

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

May 6, 2026
50
‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ
National-International

‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ

May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
50
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

May 6, 2026
‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ

‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ

May 6, 2026
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx