ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Minor Rape Case : পাঁচ দিনধৰি নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, অৰুণাচল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ৫ অভিযুক্ত

নিউজ ডেস্কঃ

News Desk by News Desk
August 19, 2024
Reading Time: 1 min read
A A
0
Minor Rape Case : পাঁচ দিনধৰি নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, অৰুণাচল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ৫ অভিযুক্ত

RELATED POSTS

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

New Logo Smal 2 | ASSAM TIMES POST

এগৰাকী ১৩ বছৰীয়া কিশোৰীক পাঁচ দিন ধৰি দলবদ্ধ ধৰ্ষণ (Gang Rape Minor)ৰ অভিযোগ। শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি (Upper Suwansiri in Arunachal Pradesh) জিলাত। পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ৫জন অভিযুক্তক গ্ৰেপ্তাৰ (5 accused arrested) কৰিছে। গ্ৰেপ্তাৰ কৰা আটাইকেইজনৰ বয়স ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে পক্সো (POCSO) আইন আৰু ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে। ২৮ জুলাইতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় যদিও দেওবাৰেহে এই ঘটনা পোহৰলৈ আহে।

ap | ASSAM TIMES POST
দলবদ্ধ ধৰ্ষণৰ অভিযোগত অৰুণাচল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ৫ অভিযুক্ত

স্থানীয় আৰক্ষী থানাত নাবালিকাগৰাকীৰ জ্যেষ্ঠ ভাতৃয়ে দলবদ্ধ ধৰ্ষণৰ এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি, ২২ জুলাইত তেওঁক অপহৰণ কৰি এজন অপহৰণকাৰীৰ ঘৰলৈ লৈ যায়। ইয়াৰ পিছত নাবালিকাগৰাকীক তাতেই পাঁচ দিন বন্দী কৰি ৰাখি দলবদ্ধ ধৰ্ষণ কৰে।

আপাৰ সোৱণশিৰি জিলাৰ আৰক্ষী অধীক্ষক টুটান জাম্বাই এক সৰ্বভাৰতীয় সংবাদ মাধ্যমক জনোৱা মতে, ভুক্তভোগীৰ ভাতৃয়ে কৰা অভিযোগৰ ভিত্তিত দেওবাৰে ৫জন লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ উপৰি শাৰীৰিক পৰীক্ষাও কৰা হয়। আৰক্ষী অধীক্ষকে আটক কৰা প্ৰতিজনৰ বয়স ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত বুলি জানিবলৈ দিয়ে। তেওঁ দাবী কৰে যে এফ আই আৰ দাখিল কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MinorRapeArunachalঅৰুণাচলপ্ৰদেশদলবদ্ধধৰ্ষণ
Share4Tweet3Send

Related Posts

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

by News Desk
October 2, 2026
51
ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ
NORTHEAST

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

by News Desk
October 2, 2026
51
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

by News Desk
September 29, 2026
51
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
61
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
54
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

ADVERTISEMENT
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

October 6, 2026
50
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

October 6, 2026
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

October 6, 2026
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d