ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

নিউজ ডেস্কঃ

News Desk by News Desk
September 26, 2026
Reading Time: 1 min read
A A
0
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

RELATED POSTS

Manipur Extortion Case : Militant Among 3 Arrested

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

New Logo Smal 1 | ASSAM TIMES POST

মণিপুৰত অশান্তিৰ জুই নিৰ্বাপিত হোৱা নাই। হিংসা আৰু প্ৰাণহানিৰ শেহতীয়া ঘটনাৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শুকুৰবাৰে মণিপুৰত ‘সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন’ বা ‘আফস্পা’ৰ (AFSPA) ম্যাদ বৃদ্ধিৰ কথা ঘোষণা কৰে। অধিসূচনা অনুসৰি, ১ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৩টা নিৰ্দিষ্ট থানা এলেকাৰ বাহিৰে সমগ্ৰ মণিপুৰক আৰু ছমাহৰ বাবে ‘অশান্ত এলেকা’ বা ‘ডিষ্টাৰ্বড্ এৰিয়া’ হিচাপে গণ্য কৰা হ’ব। মণিপুৰত ২০২৩ চনৰ পৰা এই আইন প্ৰযোজ্য হৈ আছে, পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই আইনৰ সময়সীমা পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হৈছে।

আফস্পা (১৯৫৮)ৰ ৩নং ধাৰা অনুসৰি যদি কোনো ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলৰ আইন-শৃংখলাৰ পৰিস্থিতি যথেষ্ট অৱনতি ঘটে আৰু সশস্ত্ৰ বাহিনীয়ে অসামৰিক প্ৰশাসনক সহায় কৰিবলগীয়া হয়, তেন্তে কেন্দ্ৰ বা ৰাজ্যপালে গেজেট অধিসূচনাৰ জৰিয়তে সেই অঞ্চলটোক ‘অশান্ত’ বুলি ঘোষণা কৰিব পাৰে।

mani 2 | ASSAM TIMES POST
মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

কেন্দ্ৰই এই সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ ঠিক পূৰ্বেই শুকুৰবাৰে মণিপুৰৰ কামজং জিলাত পোহৰলৈ আহে নতুনকৈ হিংসাত্মক ঘটনা। ম্যানমাৰ সীমান্তৰ সমীপৰ দুৰ্গম পিলং গাঁৱত সন্দেহযুক্ত উগ্ৰপন্থীয়ে চাৰিজন লোকক গুলীয়াই হত্যা কৰে। তেওঁলোকৰ শৰীৰত একাধিক গুলীৰ আঘাত পোৱা গৈছে। স্থানীয় লোকে অভিযোগ কৰা মতে, বৃহস্পতিবাৰে ম্যানমাৰৰ পৰা উগ্ৰপন্থীৰ এটা দলে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি আকস্মিকভাৱে পাঁচজন গাঁৱৰ লোকক আক্ৰমণ কৰে। তাৰে এজনে কেনেবাকৈ পলায়ন কৰি স্থানীয় প্ৰশাসনক খবৰ দিয়ে। মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে এই জঘন্য হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিছে। তেওঁ কয় যে আমাৰ সমাজত এনে হিংসাৰ কোনো স্থান নাই আৰু ইয়াক সহ্য কৰা নহ’ব। লগতে নিহত পৰিয়াললৈ গভীৰ সমবেদনাও প্ৰকাশ কৰে।

২০২৩ চনৰ পৰা মেইটেই আৰু কুকি-জো জনগোষ্ঠীৰ মাজত হোৱা জাতিগত সংঘৰ্ষৰ বাবে মণিপুৰ একপ্ৰকাৰ যুদ্ধক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ তিনিজন কুকি লোকৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ অস্ত্ৰধাৰী লোকে কাংপকপিৰ তিনিখন গাঁৱত আক্ৰমণ চলাইছিল। ইয়াৰ পূর্বে ১৩ ছেপ্টেম্বৰত তামেংলং জিলাত হোৱা আক্রমণত এহাল দম্পতীকে ধৰি চাৰিজন লোক নিহত হোৱাৰ লগতে এটা ছবছৰীয়া ল’ৰা আহত হয়৷ মাত্ৰ এসপ্তাহৰ পিছতে একেখন জিলাতে ১৭ বছৰীয়া ল’ৰা এজনক গুলীয়াই হত্যা কৰা হয়।

চৰকাৰী বিষয়াসকলৰ মতে, কেৱল মেইটেই-কুকি সংঘাতেই নহয়, যোৱা ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা নগা আৰু কুকি জনগোষ্ঠীৰ সংঘাতত এতিয়ালৈকে কমেও ৪০ জন লোকৰ প্ৰাণহানি হৈছে। ফলত ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি কৰাৰ বাহিৰে কেন্দ্ৰৰ হাতত আন কোনো বিকল্প নাছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurAFSPA
Share4Tweet3Send

Related Posts

Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
50
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
ADVERTISEMENT
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
50
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
50
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
50
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d