ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ১০ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত পূজাৰী গ্ৰেপ্তাৰ:

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
August 24, 2024
Reading Time: 1 min read
A A
0
Priest Arrested for Heinous Rape of Ten-Year-Old Girl in Diphu:

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

শণিবাৰে দিনৰ ১২ মান বজাত ডিফু আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি  পোহৰলৈ আহিছে ধৰ্ষণ কাণ্ডৰ দৰে  এক জঘণ্য কাণ্ড!  কলকাতা আৰু ধিঙৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ কথা মাৰ নাযাওতে  ডিফুত সংঘটিত হল আন এক নাবালিকা ধৰ্ষণ কাণ্ড ৷এইবাৰ পূজাৰীৰ কামনাৰ বলি হল এগৰাকী দহ বছৰীয়া নাবালিকা কণ্যাৰ ৷ডিফুৰ বিৰলাত সংঘটিত হৈছে এই ঘটনা ৷

ডিফুত ১০ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত পূজাৰী গ্ৰেপ্তাৰ:
ডিফুত ১০ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত পূজাৰী গ্ৰেপ্তাৰ:

ডিফুৰ আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি যোৱা ২২ আগষ্ট বৃহস্পতিবাৰে শেষ নিশা নাবালিকা গৰাকীৰ সৈতে সংঘটিত ধৰ্ষণ কাণ্ড৷হামৰেণৰ পৰা ডিফুৰ বিৰলাৰ ভুক্তভোগীৰ বাসগৃহত পূজা কাৰ্য সম্পন্ন  কৰিবলৈ আহিছিল ৪০  বছৰীয়া লম্পট পূজাৰী খনছিং ৰংহাঙ ৷

বৃহস্পতিবাৰে নিশা ২ মান বজাত নাবালিকা গৰাকীক শোৱাপাটীৰ পৰা উঠাই নি ঘৰৰ ভিতৰতে সংঘটিত কৰিছিল ধৰ্ষণ৷কালি নাবালিকা গৰাকীয়ে বিদ্যালয়ৰ পৰা ঘূৰি আহি পেটৰ বিষত ৰব নোৱাৰি পিতৃ- মাতৃক অৱগত কৰিছিল পূজাৰীৰ কু কৰ্মৰ কথা ৷ইতিমধ্য কু কাণ্ড সংঘটিত কৰি লম্পট পূজাৰী ভুক্ত ভোগীৰ ঘৰৰ পৰা ওলাই গৈছিল যদিও পূজাৰী গৰাকীক ধৰি আনিবলৈ সক্ষম হয় ৷

লম্পট পূজাৰীক উত্তম মাধ্যম সোধাই ডিফু আৰক্ষীক চমজাই দিয়ে ভুক্ত ভোগীৰ পৰিয়ালে ৷বৰ্তমান ধৰ্ষণকাৰী পূজাৰী ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷এই সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ডিফু থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি ডিফু থানাৰ দিন পঞ্জীত ২৫/২০২৪ নম্বৰত  দৰজ দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Tags: ডিফুত ১০ বছৰীয়া কিশোৰীকধৰ্ষণৰ অভিযোগত পূজাৰী গ্ৰেপ্তাৰ:
Share4Tweet3Send

Related Posts

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত
National-International

Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

July 8, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I অৱশেষত ৰাম মন্দিৰৰ চুৰি প্ৰসঙ্গত মুখ খুলিলে চম্পত ৰায়ে

July 8, 2026
50
বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব
National-International

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

July 8, 2026
50
মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 
National-International

মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

July 8, 2026
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I অৱশেষত ৰাম মন্দিৰৰ চুৰি প্ৰসঙ্গত মুখ খুলিলে চম্পত ৰায়ে

July 8, 2026
বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx