ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Narendra Modi I প্ৰধানমন্ত্ৰী মোডীয়ে নিলাম কৰিব তেওঁ লাভ কৰা স্মাৰক, ধন দিব নমামি গংগাৰ পুঁজিত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 20, 2024
Reading Time: 1 min read
A A
0
PM Modi Singapore Visit : দুদিনীয়া ব্ৰুনেই ভ্ৰমণ সামৰি ছিংগাপুৰত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে (PM Modi) প্রতিবছৰৰ দৰে এইবাৰো তেওঁ লাভ কৰা স্মাৰকসমূহ নিলাম কৰিছে ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে নিলামৰ পৰা পোৱা ধন নমামি গংগা প্ৰকল্পৰ পুঁজিলৈ যাব।

PM Narendra Modi I
প্ৰধানমন্ত্ৰী মোডীয়ে নিলাম কৰিব তেওঁ লাভ কৰা স্মাৰক, ধন দিব নমামি গংগাৰ পুঁজিত:

বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডীয়ে কয়, “প্ৰতিবছৰে বিভিন্ন অনুষ্ঠান আৰু সভাত পোৱা স্মাৰকবোৰ নিলাম কৰা হয়। উক্ত ধন নমামি গংগা প্ৰকল্পৰ বাবে দান কৰা হয়। মই আপোনালোকক জনাওঁ যে এইবাৰো নিলাম আৰম্ভ হৈছে। আপুনি ভাল পোৱা স্মাৰকটো বাছি লওক ।”

উল্লেখ্য যে এই অনলাইন নিলামত ৬০০ৰো অধিক স্মাৰক আছে, যিবোৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সভা-সমিতিত উপহাৰ হিচাপে লাভ কৰিছিল। ইয়াৰ ভিতৰত আছে বিভিন্ন ভাস্কৰ্য, চিত্ৰকলা, থলুৱা শিল্প আৰু ২০২৪ চনৰ পেৰালিম্পিকৰ বিভিন্ন স্মাৰক। যিকোনো ব্যক্তিয়ে নিজ নিজ ৱেবছাইটত পঞ্জীয়ন কৰি ইয়াক সংগ্ৰহ কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটেও এই পদক্ষেপক আদৰণি জনায়।

তেওঁ কয়, “এই পদক্ষেপে মানুহক ইতিহাসক অধিক আঁকোৱালি ল’বলৈ উৎসাহিত কৰিব। তাৰ লগতে তেওঁলোকেও এই মহান পদক্ষেপত অংশগ্ৰহণ কৰিব পাৰে।” তেওঁ লগতে জনায় যে এই নিলাম ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ২ অক্টোবৰলৈকে চলিব।

উল্লেখ্য যে নৰেন্দ্ৰ মোডীয়ে ২০০৯ চনত ইউ পি এ চৰকাৰে আৰম্ভ কৰা ‘মিছন গংগা’ প্ৰকল্পৰ নাম সলনি কৰি দহবছৰ পূৰ্বে ‘নমামি গংগা’ কৰিছিল। মিছন গংগাৰ দুটা উদ্দেশ্য আছিল। কোনো প্ৰদূষণ নথকা ‘নিৰ্মল গংগা’ আৰু বাধাহীন প্ৰবাহৰ সৈতে ‘অবিৰত গংগা’।

‘নমামি গংগা’ প্ৰকল্পৰ পৰা অবিৰত গংগাৰ লক্ষ্য বাদ পৰে। লগতে মোডীয়ে জলসম্পদ মন্ত্ৰালয়ত গংগা পুনৰুজ্জীৱন নামৰ এটা বিভাগ সংযোজন কৰে। এই পৰ্যন্ত মুঠ ২০ হাজাৰ কোটি টকা আবণ্টনৰ আধাতকৈ অধিক ব্যয় হৈছে। নিলামৰ পৰা সংগ্ৰহ কৰা ধনো এইবাৰ উক্ত খণ্ডত সংযোজন কৰা হ’ব।

Tags: ধন দিব নমামি গংগাৰ পুঁজিতপ্ৰধানমন্ত্ৰী মোডীয়ে নিলাম কৰিব তেওঁ লাভ কৰা স্মাৰক
Share4Tweet3Send

Related Posts

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

by News Desk
June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

by News Desk
June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

by News Desk
June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

Fingerprint scan : আঙুলিৰ ছাপ স্কেন কৰি অপৰাধীক চিনাক্ত কৰিবলৈ প্ৰযুক্তি : নতুন মোবাইল এপ মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

Ban on medicine : জনস্বাস্থ্যৰ স্বাৰ্থত কঠোৰ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য মন্ত্ৰালয়ৰ : পেৰাচিটামলকে ধৰি ১৬টা ঔষধৰ ওপৰত নিষেধাজ্ঞা

ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT