ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Baba Siddique Murder Case : লক্ষ্যত আছিল বাবা ছিদ্দিকিৰ পুত্ৰ জিষাণো, মুম্বাইত এনচিপি নেতাৰ হত্যাকাণ্ডৰ তদন্তত নতুন তথ্য

নিউজ ডেস্কঃ

News Desk by News Desk
October 14, 2024
Reading Time: 1 min read
A A
0
Baba Siddique Murder Case : লক্ষ্যত আছিল বাবা ছিদ্দিকিৰ পুত্ৰ জিষাণো, মুম্বাইত এনচিপি নেতাৰ হত্যাকাণ্ডৰ তদন্তত নতুন তথ্য

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী (Former Maharashtra minister) তথা এনচিপি নেতা (অজিত পাৱাৰ গোট) বাবা ছিদ্দিকিৰ হত্যাকাণ্ড (Baba Siddiqui’s murder)ৰ সৈতে জড়িত তিনিজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ (Three have already been arrested) কৰা হৈছে। এইবাৰ গ্ৰেপ্তাৰ কৰাকেইজনৰ জেৰাত গম পোৱা গৈছে যে পিতৃ ছিদ্দিকীৰ সৈতে তেওঁৰ পুত্ৰ জিষাণকো লক্ষ্য কৰা হৈছিল। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ কিছুদিন পূৰ্বে ছিদ্দিকি পৰিয়ালক ভাবুকি দিয়া হৈছিল। পিতা-পুত্ৰ দুয়োজনেই মৃত্যুৰ ভাবুকি লাভ কৰিছিল।

সোমবাৰে জেৰাৰ সময়ত অভিযুক্তই কয় যে পিতা-পুত্ৰ দুয়োজনকে হত্যা কৰাৰ ‘আদেশ’ আছিল। সন্মুখত যাকে পায় গুলী কৰাৰ নিৰ্দেশ দিয়া হৈছিল। সেই মতে শনিবাৰে নিশা বাবা ছিদ্দিকিক সন্মুখত পাই গুলীচালনা কৰে দুৰ্বৃত্তই। মুম্বাইত এজন জ্যেষ্ঠ নেতাৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন হত্যাকাৰী গুৰমেল সিং আৰু ধৰ্মৰাজ কাশ্যপৰ উপৰি এটা চক্ৰক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। দেওবাৰে তেওঁলোকক মুম্বাইৰ এস্প্লেনেড আদালতলৈ লৈ যোৱা হয়। অভিযুক্ত আক্ৰমণকাৰীৰ বয়সৰ বিষয়ে বিভ্ৰান্তিৰ সৃষ্টি হোৱাত তেওঁৰ বয়স নিৰ্ণয় কৰিবলৈ শাৰীৰিক পৰীক্ষাও (অচিফিকেচন টেষ্ট) কৰা হৈছিল। দুৰ্বৃত্ত দুজনৰ উপৰি গ্ৰেপ্তাৰ হোৱা তৃতীয়জন ব্যক্তি হৈছে লৰেন্স বিষ্ণই গেঙ (Lawrence Bishnoi Gang)ৰ বাবে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা যুৱকজনৰ ভাতৃ। আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ পূৰ্বে অভিযুক্ত দুজন পুনেস্থিত উক্ত লোকজনৰ বাসগৃহতে আছিল।

baba 1 | ASSAM TIMES POST
বাবা ছিদ্দিকি (বাওঁফালে) আৰু পুত্ৰ জিষাণ ছিদ্দিক (সোঁফালে)

উল্লেখ্য যে শনিবাৰে নিশা নিৰ্মল নগৰত থকা নিজৰ কাৰ্যালয়ৰ পৰা ওলাই আহি গাড়ীত উঠাৰ সময়তে এনচিপি (অজিত পাৱাৰ) নেতা ছিদ্দিকিৰ ওপৰত গুলীচালনা কৰা হয়। ৰাস্তাত বাগৰি পৰা ছিদ্দিকিক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কোনো শেষ ৰক্ষা নহ’ল ৯.৯ মিমি পিষ্টলেৰে তেওঁৰ ওপৰত গুলীচালনা কৰা হয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এখন গাড়ীত তিনিজন দুষ্কৃতিকাৰী আহিছিল। সকলোৰে মুখ ৰুমালেৰে ঢাকি থোৱা আছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়ে এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। শনিবাৰে শিণ্ডেয়ে ঘোষণা কৰে যে এই হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ’ব। এনকাউণ্টাৰ বিশেষজ্ঞ দয়া নাইকে এই ঘটনাৰ তদন্ত কৰিব। লগতে ৰাজ্যৰ আইন-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত মুম্বাই আৰক্ষীক অধিক সজাগ হ’বলৈ নিৰ্দেশ দিয়ে।

Tags: BabaSiddiqueবাবাছিদ্দিকি
Share4Tweet3Send

Related Posts

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
National-International

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

by Staff Reporter
May 21, 2026
50
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

by News Desk
May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

by News Desk
May 20, 2026
50
Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী
National-International

Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by News Desk
May 20, 2026
50
Migrant worker : ভাৰতীয় প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযানৰ বাবে অনুশোচনা টাইৱানৰ, অধিক শ্ৰমিক নিয়োগত প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ
National-International

Migrant worker : ভাৰতীয় প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযানৰ বাবে অনুশোচনা টাইৱানৰ, অধিক শ্ৰমিক নিয়োগত প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ

by News Desk
May 20, 2026
50
Modi at Rome : ‘বন্ধু’ মোদীক আদৰণি ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনীৰ
National-International

Modi at Rome : ‘বন্ধু’ মোদীক আদৰণি ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনীৰ

by News Desk
May 20, 2026
50
ADVERTISEMENT
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
National-International

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

May 21, 2026
50
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

May 21, 2026
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx