ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Maharashtra new CM : মুখ্যমন্ত্ৰী কোন হ’ব সিদ্ধান্ত ল’ব বিজেপিয়ে, একনাথ শিন্দেৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস

নিউজ ডেস্কঃ

News Desk by News Desk
December 2, 2024
Reading Time: 1 min read
A A
0
Maharashtra new CM : মুখ্যমন্ত্ৰী কোন হ’ব সিদ্ধান্ত ল’ব বিজেপিয়ে, একনাথ শিন্দেৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস

RELATED POSTS

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

New Logo Smal | ASSAM TIMES POST

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ (Chief Minister of Maharashtra) সন্দৰ্ভত সিদ্ধান্ত ল’ব বিজেপিয়ে (BJP to decide)। একনাথ শিণ্ডেয়ে এই কথা অৱগত কৰে। লগতে তেওঁ আৰু শিৱসেনাৰ (শিন্দে ফৈদ) বিজেপিয়ে যাক বাছি লয় তাৰ সম্পূৰ্ণ সমৰ্থন (Full support from Shiv Sena (Shinde) ) আছে বুলিও কয়। বিজেপিৰ সূত্ৰ অনুসৰি, সোমবাৰৰ ভিতৰত মহাৰাষ্ট্ৰৰ আসনত কোন বহিব সেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। আনহাতে, শিন্দেয়ে তেওঁ অন্তৰ্ধান হোৱা সন্দৰ্ভত সকলো জল্পনা-কল্পনাক খাৰিজ কৰে। তেওঁ কয় যে তেওঁ নিৰ্বাচনৰ পিছত জিৰণি ল’বলৈ নিজৰ গাঁৱলৈ গৈছে। তেওঁ কয়, “মই সদায় মোৰ গাঁৱলৈ আহোঁ। যোৱা সপ্তাহত মোৰ কথাটো স্পষ্ট কৰি দিলোঁ। ইয়াৰ পিছত ইমান কথা কিয়? মই কৈছো যে মুখ্যমন্ত্ৰী পদত বিজেপিয়ে যি সিদ্ধান্ত লয় মই সমৰ্থন কৰিম। শিৱসেনাই সেই সিদ্ধান্তক সমৰ্থন কৰিব।” 

maha 1 | ASSAM TIMES POST
মুখ্যমন্ত্ৰী কোন হ’ব সিদ্ধান্ত ল’ব বিজেপিয়ে, একনাথ শিন্দেৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস

মহাৰাষ্ট্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱানকুলেয়ে ইতিমধ্যে অৱগত কৰিছে যে অহা ৫ ডিচেম্বৰত দক্ষিণ মুম্বাইৰ আজাদ ময়দানত মহাযুটি চৰকাৰে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও তাত উপস্থিত থাকিব। অৱশ্যে মুখ্যমন্ত্ৰী কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই বিজেপিৰ। বিৰোধীয়ে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে যে মহাযুটি চৰকাৰৰ মুখ্যমন্ত্রীৰ নাম এই পৰ্যন্ত ঘোষণা হোৱা নাই৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ShivSenaShindeএকনাথশিন্দে
Share4Tweet3Send

Related Posts

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

by News Desk
October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

by News Desk
October 7, 2026
51
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

by News Desk
October 7, 2026
51
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

by News Desk
October 7, 2026
51
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

by News Desk
October 7, 2026
51
Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান
National-International

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

by News Desk
October 7, 2026
51
ADVERTISEMENT
Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ
Entertrainment

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

October 8, 2026
50
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ
Assam

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

October 8, 2026
50
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

October 8, 2026
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

October 8, 2026
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d