ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Allu Arjun released from jail I কাৰাগাৰৰ পৰা ওলাল অভিনেতা আল্লু অৰ্জুন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 14, 2024
Reading Time: 1 min read
A A
0
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

শুকুৰবাৰে নিশাটো জে’লত কটোৱাৰ পিছত শনিবাৰে পুৱা মুকলি আকাশৰ তললৈ ওলাই আহে তেলেগু ছুপাৰষ্টাৰ আল্লু অৰ্জুন (Allu Arjun)। শুকুৰবাৰে তেলেংগানাৰ নিম্ন আদালতে তেওঁক ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল।
Allu Arjun released from jail I
কাৰাগাৰৰ পৰা ওলাল অভিনেতা আল্লু অৰ্জুন:

পিছত উচ্চ ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে যদিও আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত তেওঁ নিশাটো জে’লতে থাকিবলগা হয়। তেওঁক হায়দৰাবাদৰ চাঞ্চলগুৰা কাৰাগাৰত ৰখা হৈছিল। তাৰ পৰা মুকলি হৈ আল্লু অৰ্জুন শনিবাৰে পুৱা ঘৰলৈ যায়।

পুৱা প্ৰায় ৬.৩৫ বজাত চাঞ্চলগুৰা জে’লৰ পিছফালৰ দুৱাৰেদি ওলাই অহা দেখা গ’ল আল্লু অৰ্জুনক। তেওঁৰ পিতৃ আল্লু অৰবিন্দ আৰু শহুৰেক কাঞ্চাৰলা চন্দ্ৰশেখৰ ৰেড্ডীয়ে তেওঁক ঘৰলৈ নিবলৈ আহে।

তেওঁলোকৰ সৈতে অভিনেতাগৰাকীয়ে নিজৰ জুবিলী হিলছৰ ঘৰলৈ উভতি যায়। ইফালে অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছতো অভিনেতাগৰাকীক শুকুৰবাৰে নিশা কিয় জে’লৰ পৰা মুকলি কৰি দিয়া নহ’ল বুলি তেওঁৰ অধিবক্তাই অসন্তুষ্টি প্ৰকাশ কৰে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতিলিপি কাৰাগাৰ কৰ্তৃপক্ষই নিশাৰ ভিতৰতে লাভ কৰাৰো অভিযোগ উত্থাপন কৰে। কিন্তু ইয়াৰ পিছতো তেওঁক বিভিন্ন অজুহাত দেখুৱাই মুকলি কৰি দিয়া নহ’ল বুলি অভিযোগ তুলিছে। ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আল্লুৰ অধিবক্তাই জানিবলৈ দিয়ে।

উল্লেখ্য যে ৫ ডিচেম্বৰত মুক্তি পায় আল্লু অৰ্জুনৰ ব্লক ব্লাষ্টাৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’। ইয়াৰ পূৰ্বে ৪ ডিচেম্বৰৰ নিশা হায়দৰাবাদত ছবিখনৰ প্ৰিমিয়াৰত এক দুৰ্ঘটনা সংঘটিত হয়। প্ৰিমিয়াৰ উপলক্ষে আল্লুৱে নিজে সন্ধ্যা থিয়েটাৰত উপস্থিত হয়। সেই সময়ত তেওঁক চাবলৈ তাত বহু অনুৰাগীয়ে ভিৰ কৰে।

কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত পদপিষ্ট হৈ মৃত্যু হয় এগৰাকী মহিলাৰ। উক্ত ঘটনাত হায়দৰাবাদ আৰক্ষীয়ে আল্লুৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে আৰু শুকুৰবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
আনহাতে, আল্লুক গ্ৰেপ্তাৰ কৰিবলৈ জুবিলী হিলছৰ ঘৰলৈ যায় আৰক্ষী।

অভিযোগ অনুসৰি, অভিনেতাজনক কাপোৰ সলনি কৰিবলৈও সময় দিয়া হোৱা নাছিল। হঠাৎ তেওঁৰ শোৱনি কোঠালৈ সোমাই যায় আৰক্ষী। আল্লুৱে পুৱাৰ আহাৰ শেষ নকৰাকৈয়ে আহিবলগা হয়। আৰক্ষীৰ এই আচৰণত তেওঁ অসন্তুষ্টিও প্ৰকাশ কৰে।

তাৰ পিছত তেওঁক শুকুৰবাৰে নিম্ন আদালতত হাজিৰ কৰা হয়। তাৰ পৰাই তেওঁক ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়। সেই সময়ত আল্লুৱে গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু তেওঁৰ বিৰুদ্ধে থকা এফআইআৰ খাৰিজ কৰিবলৈ আবেদন জনায়।

অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰে। ৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰে অভিনেতাজনে। উচ্চ ন্যায়ালয়ে কয় যে আল্লুৱে গোচৰৰ পৰা সম্পূৰ্ণ সকাহ পাবলৈ নিম্ন আদালতত আবেদন কৰিব লাগিব।

Tags: আল্লু অৰ্জুনকাৰাগাৰৰ পৰা ওলাল অভিনেতা
Share4Tweet3Send

Related Posts

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

by News Desk
June 16, 2026
50
Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি
National-International

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

by News Desk
June 16, 2026
50
Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন
National-International

Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

by News Desk
June 16, 2026
50
ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx