ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uniform Civil Code : প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰা হ’ব ইউনিফৰ্ম চিভিল কোড, ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্কঃ

News Desk by News Desk
December 18, 2024
Reading Time: 1 min read
A A
0
Uniform Civil Code : প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰা হ’ব ইউনিফৰ্ম চিভিল কোড, ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহ

RELATED POSTS

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah)ৰ ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code) অৰ্থাৎ অভিন্ন দেৱানী বিধি সন্দৰ্ভত এক ডাঙৰ ঘোষণা। তেওঁ কয়, “ভাৰতৰ গণতন্ত্ৰ এনেদৰে প্ৰতিষ্ঠা কৰা হৈছে, যিটো আন বহু দেশৰ ভাগ্যত নাই। বিগত ৭৫ বছৰত বহু দেশ স্বাধীন হৈছে, কিন্তু গণতন্ত্ৰ ফুলি উঠা নাই। আমি যিদৰে আমাৰ গণতন্ত্ৰক শক্তিশালী কৰি তুলিছো সেয়া সঁচাকৈয়ে এক অনন্য উদাহৰণ। আমি কোনো ধৰণৰ ৰক্তপাত নোহোৱাকৈয়ে বহুত পৰিৱৰ্তন আনিছো।”

অমিত শ্বাহে লগতে কয়, “ভাৰতৰ মানুহে নিজৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰি বহু একনায়কত্ববাদীৰ অহংকাৰ ভংগ কৰিছে। ইয়াৰ জৰিয়তে আমি প্ৰমাণ কৰিছো যে গণতন্ত্ৰৰ পথত আমাৰ খোজত কোনো বাধা নাই।”

ভাৰতৰ অৰ্থনৈতিক সফলতা সন্দৰ্ভত শ্বাহে কয়, “বহুতে কৈছিল যে ভাৰত কেতিয়াও অৰ্থনৈতিকভাৱে স্বাধীন নহ’ব, কিন্তু আজি আমি পঞ্চম বৃহত্তম অৰ্থনীতি। আমি আনকি ব্ৰিটেইনকো অতিক্ৰম কৰিছো। আমাৰ সংবিধান আৰু জনসাধাৰণে সেই আশংকাবোৰৰ শক্তিশালী উত্তৰ দিছে।”

প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰা হ’ব ইউনিফৰ্ম চিভিল কোড, ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহ

অমিত শ্বাহে লগতে কয় যে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ যে আমি প্ৰতিখন ৰাজ্যতে (Every states) একেধৰণৰ নাগৰিক সংহিতা প্ৰৱৰ্তন কৰিম (Will introduce the Citizen’s Code)। কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ কয়, “মুছলমান ব্যক্তিগত আইন সম্পৰ্কে কংগ্ৰেছে আপোচ কৰা ৰাজনীতি দেশৰ বাবে ক্ষতিকাৰক। মই বিচাৰো যে তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰক।”

শ্বাহে লগতে কয়, “আমি কোনো কাৰণতে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ অনুমতি নিদিওঁ। বিজেপি যদি সংসদৰ একমাত্ৰ সদস্যও হয়, ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ অনুমতি নিদিওঁ।”

ৰাজ্যসভাত এই বিতৰ্কৰ শেষত অমিত শ্বাহে ঐক্য গঢ়াত চৰ্দাৰ পেটেলৰ অৱদানৰ বিষয়ে কয়। তেওঁ কয়, “ভাৰতৰ ঐক্যৰ প্ৰতি চৰ্দাৰ পেটেলৰ অৱদান অমূল্য। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যসমূহক যিদৰে একত্ৰিত কৰিছিল সেয়া চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: UniformCivilCodeBillইউনিফৰ্মচিভিলকোড
Share7Tweet5Send

Related Posts

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

by News Desk
September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

by News Desk
September 15, 2026
51
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

by News Desk
September 15, 2026
51
PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি

BRICS Summit 2026 : ব্ৰিকছ সন্মিলনত মোদী-জিনপং-পুটিনৰ সৈতে ফটো উঠা কোন এইগৰাকী ৩৬ বছৰীয়া ভাৰতীয় কূটনীতিবিদ?

52
UPI Payment : ২০০০ টকা পৰ্যন্ত ইউপিআইৰ লেনদেন বিনামূলীয়া, ঘোষণা কেন্দ্ৰৰ

ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
51
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
51
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d