ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mumbai Road accident I মুম্বাই-নাগপুৰ ঘাইপথত আচৰিত কাণ্ড, ইখনৰ পিছত সিখনকৈ বিকল হ’ল অৰ্ধশতাধিক বাহন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 31, 2024
Reading Time: 1 min read
A A
0
Road accidents : বালিপথাৰৰ ডিলাউজানত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, এজন থিতাতে নিহত

RELATED POSTS

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

New Logo Smal 5 | ASSAM TIMES POST

ঘাইপথেৰে পাৰ হৈ আছে ইখনৰ পিছত সিখন গাড়ী আৰু এখন এখনকৈ গাড়ীবোৰৰ চকাবোৰ বিকল হৈ গৈ আছে। মুম্বাই-নাগপুৰ (Mumbai- Nagpur Accident) ঘাইপথত পৰি থকা লোহাৰ বোৰ্ডত খুন্দা মাৰি গাড়ী বিকল হৈ আছে গাড়ীবোৰ।

Mumbai Road accident I
ইখনৰ পিছত সিখনকৈ বিকল হ’ল অৰ্ধশতাধিক বাহন:

এই অভাৱনীয় কাণ্ডত হুলস্থুলৰ সৃষ্টি হয়। তাকো এখন বা দুখন নহয়, ৫০খনতকৈও অধিক বাহন বিকল হৈ পথতে আবদ্ধ হৈ পৰে। ফলত ঘাইপথৰ এক বৃহৎ অংশত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। যাৰ বাবে নিশাটো ঘাইপথতে আবদ্ধ হৈ থাকিবলগা হোৱাত আতংকৰ সৃষ্টি হয়।

জানিব পৰা মতে, ৱাছিম জিলাৰ মালেগাওঁ আৰু বানোজা টোল প্লাজাৰ সমীপত পথত পৰি থকা লোহাৰ ফলকত খুন্দা মৰাৰ ফলতে ইখনৰ পিছত সিখন বাহন ক্ষতিগ্ৰস্ত হয়। লোহাৰ ফলকখন কেনেকৈ ৰাস্তালৈ আহিল, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

অভিযোগ অনুসৰি, পথত ইখনৰ পিছত সিখন গাড়ী বিকল হৈ ঘাইপথত স্থবিৰ হৈ পৰাৰ পিছতো আৰক্ষীৰ কোনো সঁহাৰি নাছিল। মটৰচাইকেল আৰোহীও ৰাতিটো ঘাইপথতে ৰৈ থাকিবলগা হয়। এই ঘটনাৰ পিছতে প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে, হাই-স্পীড কৰিড’ৰত মটৰচাইকেল আৰোহীসকল আচলতে নিৰাপদনে?

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ইখনৰ পিছত সিখনকৈ বিকল হ'ল অৰ্ধশতাধিক বাহনমুম্বাই-নাগপুৰ ঘাইপথত আচৰিত কাণ্ড
Share4Tweet3Send

Related Posts

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

by News Desk
October 30, 2026
51
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

by News Desk
October 30, 2026
51
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

by News Desk
October 30, 2026
50

52
Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

Rahul Gandhi : আইডিবিআই বেংক কৰ্মচাৰীৰ ব্যক্তিগতকৰণ বিৰোধী আন্দোলনৰ সমৰ্থন ৰাহুল গান্ধীৰ

ADVERTISEMENT
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

October 30, 2026
51
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
51
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
51
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

October 30, 2026
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d