ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India I সাক্ষীৰ বয়সৰ কোনো সীমা নাই, শিশুৰ প্ৰমাণো সমানে গ্ৰহণযোগ্য আখ্যা উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 26, 2025
Reading Time: 1 min read
A A
0
Supreme Court challenging the automatic disqualification of a MP or MLA:

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

সাক্ষীৰ বয়সৰ কোনো নূন্যতম সীমা নাই। শিশুৰ সাক্ষ্যও আন যিকোনো সাক্ষীৰ দৰেই গুৰুত্বপূৰ্ণ। কিন্তু শিশুটি সাক্ষ্য দিবলৈ যোগ্য হয়নে নহয় সেই কথা মনত ৰাখিব লাগিব। যদি হয়, তেন্তে যিকোনো বয়সতে সাক্ষ্য দিব পাৰিব আৰু ই গ্ৰহণযোগ্য। এক হত্যাকাণ্ডৰ গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ (Supreme Court of India) এই পৰ্যবেক্ষণ।

Supreme Court of India I
শিশুৰ প্ৰমাণো সমানে গ্ৰহণযোগ্য আখ্যা উচ্চতম ন্যায়ালয়ৰ:

এজন লোকে পত্নীক হত্যা কৰাৰ অভিযোগৰ গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে দম্পতীহালৰ সাত বছৰীয়া কন্যাৰ সাক্ষ্য মানি লোৱা নাছিল।

আদালতে অভিযুক্তক দোষমুক্ত কৰে। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ত গোচৰটো দাখিল কৰা হয়। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰে। উচ্চতম ন্যায়ালয়ৰ মতে, ভাৰতীয় প্ৰমাণ আইনত সাক্ষীৰ কোনো নিৰ্ধাৰিত বয়স নাই।

সেয়েহে যদি কোনো শিশু সাক্ষী হয়, তেন্তে তেওঁৰ সাক্ষ্য নাকচ কৰিব নোৱাৰি।
বিচাৰৰ সময়ত দাবী কৰা হৈছিল যে হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত দম্পতীহালৰ সাত বছৰীয়া কন্যা ঘৰতে আছিল। তেওঁ চকুৰ সন্মুখতে মাকক হত্যা কৰা দেখিছিল।

উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, বহু ক্ষেত্ৰত আদালতে শিশুৰ সাক্ষ্য নাকচ কৰে। কাৰণ শিশুসকল সহজেই প্ৰভাৱিত হয়। গতিকে এটা শিশুৰ সাক্ষ্য গ্ৰহণৰ ক্ষেত্ৰত আদালত সাৱধান হ’ব লাগিব। লগতে উচ্চতম ন্যায়ালয়ে কয় যে শিশুটিয়ে কাৰোবাৰ প্ৰভাৱত সাক্ষ্য দিছে নেকি সেয়াও চাব লাগে।

ন্যায়াধীশ পাৰ্দিৱালাৰ বিচাৰপীঠৰ মতে, আদালতে যদি বিচাৰি পায় যে শিশুৱে কোনো প্ৰভাৱ নোহোৱাকৈ সাক্ষ্য দিছে, তেন্তে অভিযুক্তৰ দোষী বা নিৰ্দোষিতা প্ৰমাণ কৰাত ই নিশ্চয় উপযোগী হ’ব।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰি হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰে।  তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

Tags: আখ্যা উচ্চতম ন্যায়ালয়ৰশিশুৰ প্ৰমাণো সমানে গ্ৰহণযোগ্যসাক্ষীৰ বয়সৰ কোনো সীমা নাই
Share4Tweet3Send

Related Posts

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

by Staff Reporter
July 31, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

by Staff Reporter
July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

by Staff Reporter
July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

by Staff Reporter
July 30, 2026
50
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

by News Desk
July 29, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx