ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু তাৰালাংচৰ লক্ষ্যাধিক ভক্ত প্ৰাণৰ অংশ গ্ৰহণেৰে কাৰ্বি সকলৰ প্ৰাচীনতম ধৰ্ম আৰণবাৰিম চিংৰুম আমেই সভাত মুখ্যমন্ত্ৰীৰ সম্বোধন :

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 18, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

ডিফু তাৰালাংচৰ লক্ষ্যাধিক ভক্ত প্ৰাণৰ অংশ গ্ৰহণেৰে কাৰ্বি সকলৰ প্ৰাচীনতম ধৰ্ম আৰণবাৰিম চিংৰুম আমেই সভাত মুখ্যমন্ত্ৰীৰ সম্বোধন ৷ সম্বোধন কৰিয়েই মুখ্যমন্ত্ৰীয়ে দুদিনীয়া ব্যস্ততম কাৰ্যসূচী সামৰি গুৱাহাটীলৈ উৰা মাৰে ৷

ডিফু তাৰালাংচৰ লক্ষ্যাধিক ভক্ত প্ৰাণৰ অংশ গ্ৰহণেৰে কাৰ্বি সকলৰ প্ৰাচীনতম ধৰ্ম আৰণবাৰিম চিংৰুম আমেই সভাত মুখ্যমন্ত্ৰীৰ সম্বোধন :
ডিফু তাৰালাংচৰ লক্ষ্যাধিক ভক্ত প্ৰাণৰ অংশ গ্ৰহণেৰে কাৰ্বি সকলৰ প্ৰাচীনতম ধৰ্ম আৰণবাৰিম চিংৰুম আমেই সভাত মুখ্যমন্ত্ৰীৰ সম্বোধন :

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিফুৰ তাৰালাংচ’ৰ কাৰবি পিপুলচ হলত অনুষ্ঠিত কাৰবি আৰণ বাৰিমৰ আৰ্মুৰ চিংৰুম আমেইৰ বিশাল জনসমাবেশত অংশগ্ৰহণ কৰি নতুন প্ৰজন্মক কাৰবি ধৰ্মীয় পৰম্পৰা . সংস্কৃতি বৰ্তাই ৰখাৰ আহৱান জনায় ৷ লক্ষ্যাধিক লোকৰ উপস্থিতিত সম্পন্ন হোৱা ধৰ্মীয় সভাখনত তেওঁ কয় যে আমেৰিকা বা আন বিদেশী ৰাষ্ট্ৰৰ পৰা আহি কোনোবাই আমাক ভাল ভাল কথা ক’লেই আমি নিজৰ ভৰিৰ তলৰ মাটি হেৰুৱাই আনৰ ধৰ্মীয় বিশ্বাস বা সংস্কৃতি গ্ৰহণ নকৰো ৷ কাৰণ কাৰবি সংস্কৃতি ৫ হাজাৰ বছৰ পুৰণি আৰু তাক জীয়াই ৰখাটো নতুন প্ৰজন্মৰ দায়িত্ব বুলি তেওঁ কয় ৷

491799383 1253504616139236 8334931444456351159 n | ASSAM TIMES POSTকাৰবি আৰমবাৰিমৰ ( হিন্দু / সংহাৰী ) সভাত এহেজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰা নৃত্যক তেওঁ গুৱাহাটীত প্ৰদৰ্শনৰ বাবে নিব বুলি ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে কাৰবি সকলৰ ৰংকেৰ ১০০ টা ৰংকেৰ পূজা স্হলী নিৰ্মাণৰ বাবে ধন দিয়া ; সকলো কাৰবি পূজাৰীক ১০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য্য দিয়া আৰু কাৰবি থিয়লজিকেল কলেজ নিৰ্মাণৰ বাবে ১০ কোটি টকা দিব বুলি সভাত ঘোষণা কৰে ৷

491996187 1253504649472566 269126004636625334 n | ASSAM TIMES POSTসংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে কালি তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্ধোধন কৰিলে ৷ অংগনৱাৰী কৰ্মী সকলৰ লগত আলোচনা , বিভিন্ন দল-সংগঠনৰ লগত আলোচনা কৰাৰ বিষয়ে কয় ৷ সোনকালে সৈনিক স্কুল ; ভেটেনেৰী কলেজ ; এগৰিকালচাৰ কলেজ আৰু কেনচাৰ হস্পিতাল মুকলি হ’ব বুলি তেওঁ কয় ৷ ৷

491953447 1253504896139208 76289398941108668 n | ASSAM TIMES POSTআজি পুৱা মুখ্য সচিব আৰু অসম চৰকাৰৰ আন আন বিষয়া সকলৰ লগত এখন বিভিউ মিটিং কৰাৰ বিষয়েও তেওঁ সংবাদ মাধ্যমক অৱগত কৰে ৷পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি ৩৫ খন জিলা পৰিষদত আৰু অসম গণ পৰিষদ ২ খন জিলা পৰিষদৰ আসনত বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হৈছে ৷ ২৮০ টা আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হৈছে ৷ কংগ্ৰেছে বহু আসনত প্ৰাৰ্থী দিব পৰা নাই ৷

491914204 1253504826139215 5607198735747740171 n | ASSAM TIMES POSTকাৰবি আংলং জিলাত অনা কাৰবি সকলৰ ট্ৰেডিং লাইচেঞ্চ আৰু মটিৰ পট্ৰাৰ সমস্যাৰ সন্দৰ্ভত সুধা প্ৰশ্নৰ উত্তৰত তেওঁ সেয়া অন লাইনত হয় আৰু পৰিষদে ১ লাখ লোকক পট্টা দিয়া বুলি কয়৷আনহাতে পঞ্চায়ত নিৰ্বাচনত এইবাৰ সংখ্যালঘু এলেকাতো ভালদৰে বিজয়ী হব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Tags: অংগনৱাৰী কৰ্মীঅন লাইনঅসম গণ পৰিষদঅসম চৰকাৰআঞ্চলিক পঞ্চায়তআমেৰিকাআলোচনাআৰণবাৰিমআৰ্মুৰ চিংৰুম আমেইউন্নয়নমূলক প্ৰকল্পএককালীন সাহাৰ্য্যএগৰিকালচাৰ কলেজকংগ্ৰেছকাৰবি আংলং জিলাতকাৰবি আৰমবাৰিমকাৰবি থিয়লজিকেল কলেজকাৰবি ধৰ্মীয় পৰম্পৰাকাৰবি পিপুলচকাৰবি পূজাৰীককাৰবি সংস্কৃতিকাৰ্বিকেনচাৰ হস্পিতালগুৱাহাটীচিংৰুম আমেইজিলা পৰিষদট্ৰেডিং লাইচেঞ্চড° হিমন্ত বিশ্ব শৰ্মাডিফুতাৰালাংচৰদায়িত্বধনধৰ্মধৰ্মীয় বিশ্বাসনতুন প্ৰজন্মনৃত্যপঞ্চায়ত নিৰ্বাচনপূজা স্হলীপ্ৰদৰ্শনপ্ৰাচীনতমপ্ৰাণৰ অংশ গ্ৰহণপৰিষদবিজেপিবিজয়ী.বিদেশী ৰাষ্ট্ৰবিনা প্ৰতিদন্দিতাৰেবিশাল জনসমাবেশভক্তভেটেনেৰী কলেজমটিৰ পট্ৰামুখ্য সচিবমুখ্যমন্ত্রীলক্ষ্যাধিকশিল্পীসংখ্যালঘু এলেকাসংস্কৃতিসংস্কৃতি গ্ৰহণসভাসম্বোধনসৈনিক স্কুল১ লাখ লোকক পট্টা১০ কোটি টকা৫ হাজাৰ বছৰ
Share4Tweet3Send

Related Posts

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য
National-International

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

June 22, 2026
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx