ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 30, 2025
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

New Logo Smal 1 | ASSAM TIMES POST

বুধবাৰে পুৱা ৯ বজাত অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কাৰ্বি আংলং জিলাৰ সামগ্ৰিক ফলাফল ক’লা শাখাত ৬৪’৫৩, বিজ্ঞান শাখাত ৬৫’৩৬ আৰু বাণিজ্য শাখাত ৮০’৫৭ শতাংশ ৷ তদুপৰি পশ্চিম কাৰ্বি আংলং জিলাত ক’লা শাখাত ৮১’২০ শতাংশ, বিজ্ঞান শাখাত ১০০ শতাংশ আৰু বাণিজ্য শাখাত ৯৭’১৪ শতাংশ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷ কাৰ্বি আংলং জিলাৰ ক’লা শাখাত মুঠ ৬৫৯৫ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ৬৬৪ গৰাকী, দ্বিতীয় বিভাগত ১৭৬৩ গৰাকী আৰু তৃতীয় বিভাগত ১৮২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ ৬৪’৫৩ শতাংশ লাভ কৰিছে ৷
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল

বিজ্ঞান শাখাত ৯১৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১৪৯ গৰাকী, দ্বিতীয় বিভাগত ৩৬০ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৯১ গৰাকী ৷ উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে ৬৫’৩৬ গৰাকী ৷ বাণিজ্য শাখাত ৬২৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১৯৪ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ২২৫ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮৭ গৰাকী ৷ উত্তীৰ্ণ শতকৰা হাৰ হৈছে ৮০’৫৭ শতশ ৷

ইয়াৰোপৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৫ ত পশ্চিম কাৰ্বি আংলং জিলাত কলা শাখাত ১৯৫৭ গৰাকী পৰিক্ষাৰ্থী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ৮৫৫ গৰাকী উত্তীৰ্ণ হৈছে দ্বিতীয় বিভাগত ৬৮৭ গৰাকী আৰু ততীয় বিভাগত ৫৪৭ গৰাকী উত্তীৰ্ণ হৈছে ৷ মুঠ উত্তীৰ্ণ হৈছে ১৫৮৯ গৰাকী উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে ৮১’২০ শতাংশ ৷

বিজ্ঞান শাখাত অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা ৪০ গৰাকী ৷ ইয়াৰে প্ৰথম বিভাগত ৪০ গৰাকী, দ্বিতীয় আৰু তৃতীয় বিভাগত শুন্য ৷ মুঠ উত্তীৰ্ণ ৪০ গৰাকী ৷ উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে এশ শতাংশ ৷

বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল ৩৫ গৰাকী, ইয়াৰে প্ৰথম ১০, দ্বিতীয় ১৮ আৰু তৃতীয় বিভাগত ৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ মুঠ উত্তীৰ্ণৰ সংখ্যা ৩৪ গৰাকী৷ উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে ৯৭’১৪ শতাংশ ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 2025অসম শিক্ষাঅসম স্কুল পৰিষদঅসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদউচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাউত্তীৰ্ণউত্তীৰ্ণৰ শতকৰা হাৰক\'লা বিভাগকলা শাখাকাৰ্বি আংলং জিলাৰ ফলাফলতৃতীয় বিভাগদ্বিতীয় বিভাগপশ্চিম কাৰ্বি আংলংপ্ৰথম বিভাগপৰীক্ষাৰ্থীপৰীক্ষাৰ্থী সংখ্যাপৰীক্ষাৰ্থীৰ সংখ্যাফলাফলফলাফল বিশ্লেষণ.বাণিজ্য বিভাগবাণিজ্য শাখাবিজ্ঞান বিভাগবিজ্ঞান শাখাবুধবাৰে পুৱা ৯ বজাতমাধ্যমিক শিক্ষা১০০ শতাংশ৬৪৫৩ শতাংশ৬৫৩৬ শতাংশ৮০৫৭ শতাংশ৮১'২০ শতাংশ৯৭'১৪ শতাংশ
Share5Tweet3Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
50
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

October 3, 2026
50
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
50
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
50
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

October 3, 2026
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d