ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam CM on Bihu Function I ১০ মে’ৰ পৰা সকলো বিহু অনুষ্ঠান বাতিলৰ আহ্বান মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 9, 2025
Reading Time: 1 min read
A A
0
Assam CM on Bihu Function I ১০ মে’ৰ পৰা সকলো বিহু অনুষ্ঠান বাতিলৰ আহ্বান মুখ্যমন্ত্ৰীৰ

RELATED POSTS

Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

ভাৰত আৰু পাকিস্তানৰ (Pak India War) মাজত আৰম্ভ হৈছে অঘোষিত যুদ্ধ৷ ৭ মে’ত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি চলোৱা মিছাইল আক্ৰমণৰ পিছতে দুয়োখন দেশৰ মাজৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে।

Assam CM on Bihu Function I
১০ মে’ৰ পৰা সকলো বিহু অনুষ্ঠান বাতিলৰ আহ্বান মুখ্যমন্ত্ৰীৰ:

আনহাতে, বিগত প্ৰায় ১০ দিন ধৰি পাকিস্তানে সীমান্তত যুদ্ধবিৰতি চুক্তি উলংঘন কৰি আহিছে। ইয়াৰ মাজতে শেহতীয়াভাৱে বৃহস্পতিবাৰে নিশা পাকিস্তানে জম্মুত কৰে ৰকেট আক্ৰমণ।

জম্মু বিমানবন্দৰকে ধৰি কেইবাটাও স্থানত পাকিস্তানে আকাশমাৰ্গেৰে আক্ৰমণ কৰে। অৱশ্যে ভাৰতীয় এই আক্ৰমণ প্ৰতিহত কৰে যদিও জম্মুত যথেষ্ট পৰিমাণৰ ক্ষয়-ক্ষতিৰ খবৰ আহিছে। এনে পৰিস্থিতিত ভাৰতেও পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ আগবঢ়াবলৈ সাজু হৈছে।

তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। বৰ্তমান অসমত চলি আছে ব’হাগ বিহুৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আছে বিহু অনুষ্ঠান। কিন্তু ভাৰত-পাক সীমান্তত সংঘটিত পাক আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগা হোৱা ঘটনাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিহু সমিতিসমূহলৈ বিশেষ বাৰ্তা প্ৰদান কৰিছে।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এই অসমবাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সামাজিক মাধ্যমযোগে ১০ মে’ৰ পৰা ৰাজ্যত সকলো বিহু অনুষ্ঠান বাতিল কৰিবলৈ আহ্বান জনাইছে। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে ৰঙালী বিহুৰ সকলো অনুষ্ঠান বাতিল কৰিবলৈ আহ্বান জনাইছে।

বাৰ্তাটোত মুখ্যমন্ত্ৰীয়ে কয়, “বিগত এমাহত আমি অসংখ্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমতে আনন্দ-উৎসাহেৰে আমাৰ প্ৰাণৰো প্ৰাণৰ বিহুটি উদযাপন কৰিছোঁ। এই অনুষ্ঠানসমূহত আপোনালোক সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু অৱদানৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।”

তেওঁ লগতে কয়, “কিন্তু এতিয়া এই উদযাপন সামৰাৰ সময় আহি পৰিছে। আমি বিনম্ৰতাৰে আহ্বান জনাব বিচাৰিছোঁ যে অহা ১০ মে’ৰ পৰা পূৰ্ব নিৰ্ধাৰিত বাকী থকা সকলো অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰা হওক। আহক, আমি এই সুন্দৰ তথা বৰ্ণাঢ্য উদযাপনৰ ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰোঁ৷”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বাতিলৰ আহ্বান মুখ্যমন্ত্ৰীৰ১০ মে'ৰ পৰা সকলো বিহু অনুষ্ঠান
Share5Tweet3Send

Related Posts

Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী
Assam

Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী

by ASSAM TIMES POST
September 17, 2026
50
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

by News Desk
September 16, 2026
58
Sonapur Protests 400kV Line : Residents Warn of Wider Unrest
Assam

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

by News Desk
September 15, 2026
52
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
60
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
54
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
55
ADVERTISEMENT
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026
50
Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা
National-International

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

September 17, 2026
50
Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী
Assam

Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী

September 17, 2026
50
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

September 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026
Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

September 17, 2026
Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী

Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d