ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Operation Sindoor I অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানে জম্মু-কাশ্মীৰত ৫০ সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল, বি এছ এফে কৰে বিফল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 22, 2025
Reading Time: 1 min read
A A
0
Operation Sindoor । দেশৰ বাৰ্তা প্ৰেৰণৰ বাবে ভাৰতে কিয় এই ৩৩ খন দেশ বাছি লৈছে?

Oplus_131072

RELATED POSTS

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

‘অপাৰেচন সিন্দুৰ’ৰ (Operation Sindoor) লগে লগে পাকিস্তানে জম্মু-কাশ্মীৰৰ চাম্বা ছেক্টৰৰ জৰিয়তে ভাৰতত ৫০টা সন্ত্ৰাসবাদীক অনুপ্ৰৱেশ কৰাবলৈ চেষ্টা কৰে। সংবাদ সংস্থা এএনআইৰ ওচৰত এই দাবী কৰিছে বিএছএফৰ এজন বিষয়াই।

Operation Sindoor I
অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানে জম্মু-কাশ্মীৰত ৫০ সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল:

উল্লেখ্য যে ভাৰতে ৭ মে’ত পাকিস্তানৰ মাটিত ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰিছিল। পিছদিনা অৰ্থাৎ ৮ মে’ত পাকিস্তানে চাম্বা ছেক্টৰৰ জৰিয়তে ৪০-৫০ জন সন্ত্ৰাসবাদীক ভাৰতলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল। এই দাবী কৰিছে বিষয়াগৰাকীয়ে। কিন্তু বি এছ এফে সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে।

বিএছএফৰ ডি আই জি এছ এছ মাণ্ডেয়ে সংবাদ সংস্থা এএনআইক জনোৱা মতে, তেওঁলোকে চোৰাংচোৱাৰ সূত্ৰৰ পৰা তথ্য লাভ কৰে যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে ৪০-৫০ জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব পাৰে। যোৱা ৮ মে’ত সীমান্তত কেইবাজনো লোকে সন্দেহজনকভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল।

সীমান্ত আৰু ইয়াৰ বাহিৰত পাকিস্তানৰ পৰা ধাৰাবাহিকভাৱে গুলীচালনা চলি আছিল। সেই সুযোগ ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। কিন্তু জোৱানসকলে সন্ত্ৰাসবাদীৰ ওপৰত বোমা বিস্ফোৰণ কৰে। প্ৰত্যাক্ৰমণৰ সন্মুখীন হৈ সন্ত্ৰাসবাদীয়ে পলায়ন কৰিবলৈ ধৰে।

ডি আই জিয়ে লগতে কয় যে দুয়োখন দেশৰ মাজত সামৰিক অস্থিৰতাৰ সুযোগ লৈ পাকিস্তানে এক বৃহৎ বিধ্বংসী অভিযান চলাবলৈ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল আৰু বিএছএফে ইয়াক বিফল কৰিছে। পহেলগাম কাণ্ডৰ পিছত ভাৰতে পাকিস্তানৰ ভূমিত প্ৰতিশোধ লয়। ইয়াৰ পিছত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ কাষৰীয়া অঞ্চলত অবিৰতভাৱে গোলাবৰ্ষণ কৰে।

আন্তঃৰাষ্ট্ৰীয় সীমান্ততো অব্যাহত থাকে গোলাবৰ্ষণ। ভাৰতীয় সেনায়ো প্ৰতিশোধ লয়। কেৱল সেয়াই নহয়, পাকিস্তানে জম্মু-কাশ্মীৰৰ উপৰি পঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটতো ড্ৰোন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলায়। কিন্তু ভাৰতে পাকিস্তানৰ আক্ৰমণক প্ৰতিহত কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অপাৰেচন সিন্দুৰৰ সময়তপাকিস্তানে জম্মু-কাশ্মীৰত ৫০ সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা চলাইছিলবি এছ এফে কৰে বিফল
Share4Tweet3Send

Related Posts

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

by News Desk
September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

by News Desk
September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

by News Desk
September 15, 2026
50
PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি

BRICS Summit 2026 : ব্ৰিকছ সন্মিলনত মোদী-জিনপং-পুটিনৰ সৈতে ফটো উঠা কোন এইগৰাকী ৩৬ বছৰীয়া ভাৰতীয় কূটনীতিবিদ?

52
UPI Payment : ২০০০ টকা পৰ্যন্ত ইউপিআইৰ লেনদেন বিনামূলীয়া, ঘোষণা কেন্দ্ৰৰ

51
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d