ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
June 13, 2025
Reading Time: 1 min read
A A
0
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

RELATED POSTS

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

New Logo Smal 2 | ASSAM TIMES POST

দেশৰ নতুন প্ৰজন্মৰ মাজত ড্ৰাগছ আসক্তিৰ বৃদ্ধি সন্দৰ্ভত চৰকাৰে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। এই সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি এটা নিচামুক্তি আন্দোলন আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে আজিৰ দিনা ডিফুৰ আৰবৰেটামত ইলেক্ট্ৰনিক আৰু ছপা মাধ্যমৰ সাংবাদিকসকলৰ বাবে এক কৰ্মশালা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহযোগত চৰকাৰৰ ছচিয়েল জাষ্টিছ এনড্ এনপাৱাৰমেণ্ট শাখাই আয়োজন কৰা এই কৰ্মশালাত শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে ।

নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

আনুষ্ঠানিক ভাৱে কৰ্মশালা খন উদ্ধোধন কৰি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ড্ৰাগছে নৱ প্ৰজন্মৰ একাংশক ধ্বংস কৰাৰ কথা উল্লেখ কৰি ড্ৰাগছ মুক্ত কাৰবি আংলং গঢ় দিয়াত সাংবাদিক সকলক আগভাগ লবলৈ আহৱান জনায় ৷ কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই গল্ডেন ট্ৰাইগেলৰ পৰা কিদৰে মণিপুৰ ; নাগালেণ্ড হৈ কাৰবি আংলঙৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ হয় তাৰ ব্যাখ্যা কৰি আৰক্ষীয়ে চলিব বছৰত কিমান ড্ৰাগছ জব্দ কৰিছে কিমান লোকক গ্ৰেপ্তাৰ কৰিছে সেই তথ্য দিয়ে ৷

506700439 1260556705441426 3436152551678490918 n | ASSAM TIMES POSTড্ৰাগছ আসক্ত যুৱক-যুৱতীক কিদৰে প্ৰথম ড্ৰাগছ ব্যৱসায়ীয়ে নিচাৰ প্ৰতি আসক্ত কৰিবলৈ জাল পাতে সেই বিষয়ে কোৱাৰ লগতে আইনত ড্ৰাগছৰ বেপাৰ কৰা সকলৰ বাবে কি ধৰণৰ শাস্তি আছে তাৰো ব্যাখ্যা কৰে ৷ অসম চৰকাৰৰ ছচিয়েল জাষ্টিছ এনড্ এনপাৱাৰমেন্ট বিভাগৰ  অতিৰিক্ত  সচিব ডা° ভাস্কৰজ্যোতি মান্তাই কৰ্মশালাৰ লক্ষ্য উদ্দেশ্য বিবৰি এক ভাষণ দি আলোচনা আৰম্ভ কৰে ৷ অৱসৰপ্ৰাপ্ত জিলা চেছন দণ্ডাধীশ ড° থানেশ্বৰ কলিতাই  নিচাযুক্ত দ্ৰব্য বিক্ৰী কৰা লোকৰ বাবে আইনত থকা শাস্তি ; নিচাসক্ত সকলৰ বাবে থকা আইনকে সামৰি সমগ্ৰ আইনী দিশৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷

ৰাজ্যিক সমন্বয়ক ডা° সন্দিপ হাঞ্চেই কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে নিচামুক্ত ভাৰতবৰ্ষ গঢ়াব বাবে লোৱা সকলো পদক্ষেপৰ সবিশেষ কৰ্মশালাত সাংবাদিক সকলক জনোৱাৰ পিছত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া ; অৱসৰপ্ৰাপ্ত জিলা চেছন দণ্ডাধীশ থানেশ্বৰ কলিতাই সাংবাদিক সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ৷ জিলা আয়ুক্ত নিৰলা ফাংচপীও উপস্থিত থকা কৰ্মশালাত শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত জিলা আয়ুক্ত অংকিতা বৰাই ৷ উল্লেখ যে ডিফুৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলক লৈ আবৰ্ত ভৱনতো নিচামুক্ত ভাৰতৰ আন এখন সভা সম্পন্ন হয় চছিয়েল জাষ্টিছ এনড্ এনপাৱাৰমেন্ট শাখাৰ উদ্যোগত ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসম চৰকাৰআইনগত শাস্তিআইনীয় দিশআবৰ্ত ভৱনআৰক্ষী অধীক্ষককেন্দ্ৰীয় চৰকাৰকেন্দ্ৰীয় পদক্ষেপগল্ডেন ট্ৰাইগেলগ্ৰেপ্তাৰচৰকাৰী উদ্বিগ্নতাছচিয়েল জাষ্টিছ এনড্ এনপাৱাৰমেণ্টছাত্ৰছাত্ৰী সভা.ডা° ভাস্কৰজ্যোতি মান্তাডিফুৰ কৰ্মশালাডিফুৰ বিদ্যালয়ড্ৰাগছ আসক্তিড্ৰাগছ জব্দড্ৰাগছ ব্যৱসায়ীড্ৰাগছ মুক্ত কাৰবি আংলংড্ৰাগছ সৰবৰাহথানেশ্বৰ কলিতানতুন প্ৰজন্মনাগালেণ্ডনিচামুক্ত ভাৰতনিচামুক্তি আন্দোলননিচাযুক্ত দ্ৰব্যমণিপুৰসাংবাদিকসকলসাংবাদিকৰ প্ৰশ্ন
Share6Tweet4Send

Related Posts

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d