ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ফুলনিত নৱ নিৰ্মিত হস্ত-তাত বস্ত্ৰ-শিল্প কাৰ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ গৃহৰ শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ CEM ড০ তুলিৰাম ৰংহাঙে

ষ্টাফ ৰিপৰ্টাৰ, ডিফু

Staff Reporter by Staff Reporter
June 14, 2025
Reading Time: 1 min read
A A
0
ফুলনিত নৱ নিৰ্মিত হস্ত-তাত বস্ত্ৰ-শিল্প কাৰ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ গৃহৰ শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ CEM ড০ তুলিৰাম ৰংহাঙে

RELATED POSTS

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

New Logo Smal 1 | ASSAM TIMES POST

কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদিয় সমষ্টিৰ অন্তৰ্গত ফুলনিত শনিবাৰে দিনৰ ১২ বজাত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ SOPD আঁচনিৰ পুঁজিৰ জৰিয়তে প্ৰায় চল্লিছ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৱ নিৰ্মিত হস্ত-তাত বস্ত্ৰ-শিল্প কাৰ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ গৃহটিৰ শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে ।

IMG 20250614 WA0150 | ASSAM TIMES POST
ফুলনিত নৱ নিৰ্মিত হস্ত-তাত বস্ত্ৰ-শিল্প কাৰ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ গৃহৰ শুভ উদ্বোধন:

আনহাতে উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ লগত সংগ দিয়ে ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং , হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং , কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ হস্ত-তাত বস্ত্ৰ-শিল্প বিভাগৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেৰ লগতে EM বিলি মোহন খাকলাৰী আৰু লুনছিং তেৰনৰ লগতে বিভাগীয় কৰ্মচাৰী সকলে।

IMG 20250614 WA0151 | ASSAM TIMES POST

IMG 20250614 WA0152 | ASSAM TIMES POST

উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে স্হানীয় মহিলা সকল স্বাৱলম্বী পথ গঢ়িবলৈ সক্ষম হব বুলি মত পোষণ কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ গৃহফুলনিত নৱ নিৰ্মিত হস্ত-তাত বস্ত্ৰ-শিল্পৰ শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ CEM ড০ তুলিৰাম ৰংহাঙে
Share5Tweet3Send

Related Posts

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
ADVERTISEMENT
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d