ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

India Bhutan traine line । বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 30, 2025
Reading Time: 1 min read
A A
0
India Bhutan traine line । বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক

Oplus_131072

RELATED POSTS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

New Logo Smal 1 | ASSAM TIMES POST

ভাৰত আৰু ভূটানৰ (India Bhutan) মাজত প্ৰথমখন ৰে’ল বংগৰ মাজেৰে চলিব। চুবুৰীয়া দেশখনৰ সৈতে দুটা নতুন ৰে’ল প্ৰকল্পৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। তাৰে এটা হ’ব বংগত।

India Bhutan traine line ।
বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক:

সোমবাৰে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে ভাৰত আৰু ভূটানৰ মাজত মুঠ ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল লাইন প্ৰকল্পৰ কাম আৰম্ভ হ’ব। পশ্চিমবংগৰ বানাৰহাটৰ পৰা ভূটানৰ সামচেলৈ যাব এটা ৰে’লপথ। আনটো হ’ব অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ। এই ৰে’ল প্ৰকল্প দুটাৰ বাবে প্ৰায় ৪০৩৩ কোটি টকা ব্যয় হ’ব বুলি ৰে’ল মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

আগন্তুক তিনি বছৰৰ ভিতৰত পশ্চিমবংগ আৰু ভূটানৰ মাজত ৰে’লপথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই দুটা প্ৰকল্প সম্পূৰ্ণ হ’লে চুবুৰীয়া দেশখনৰ সৈতে যোগাযোগৰ এক নতুন অধ্যায় আৰম্ভ হ’ব বুলি কেন্দ্ৰই বিশ্বাস কৰে। এয়া হ’ব ভাৰত-ভূটান ৰে’ল সংযোগৰ প্ৰথম পৰ্যায়।

উল্লেখ্য যে যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটান ভ্ৰমণ কৰাৰ সময়ত তেওঁ এই ৰে’ল প্ৰকল্প সন্দৰ্ভত এক চুক্তিত স্বাক্ষৰ কৰিছিল। সোমবাৰে ভূটানৰ বৈদেশিক সচিবে আনুষ্ঠানিকভাৱে এই চুক্তিত ছীল কৰে। তেওঁ এতিয়া ভাৰত ভ্ৰমণত আছে। ভূটানৰ সৈতে ৰে’ল সংযোগে দুয়োখন দেশৰ বাণিজ্যৰ উন্নতি সাধন কৰিব বুলি মোদী চৰকাৰৰ বিশ্বাস।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “ভাৰত হৈছে ভূটানৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ। ভূটানৰ প্ৰায় সকলো ৰপ্তানি আৰু আমদানি ভাৰতীয় বন্দৰৰ জৰিয়তে হয়। গতিকে ভূটানৰ অৰ্থনীতিৰ দ্ৰুত বিকাশৰ বাবে এই ৰে’ল সংযোগ অতি গুৰুত্বপূৰ্ণ।” তেওঁ কয় যে ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথটোৱে ভূটানক ভাৰতৰ ১,৫০,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব।

আনহাতে, বহুতৰ মতে এই প্ৰকল্প দুটাৰ ফলত ভূটানৰ সৈতে বাণিজ্য অতি সহজ হৈ পৰিব। চুবুৰীয়া দেশৰ সৈতে সম্পৰ্ক অধিক মজবুত হ’ব।

আনকি উত্তৰ-পূব ভাৰতৰ বাবেও নতুন ব্যৱসায়ৰ সুযোগ সৃষ্টি হ’ব৷ কেন্দ্ৰই জনোৱা মতে, বানাৰহাটৰ পৰা সামচেলৈ ৰে’ল লাইনত দুটা ষ্টেচন থাকিব। উক্ত পথত এখন বৃহৎ উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি ২৪খন সৰু সৰু উৰণীয়া সেতু, ৩৭টা মাটিৰ তলৰ সুৰংগ পথ থাকিব। এই প্ৰকল্পৰ মুঠ ব্যয় হ’ব প্ৰায় ৫৭৭ কোটি টকা। আনহাতে, কোকৰাঝাৰ আৰু গেলেফুৰ মাজত ছটা ষ্টেচন থাকিব।

উক্ত ৰে’লপথত দুখন ওখ দলং, ২৯খন ডাঙৰ দলং, ৬৫খন সৰু দলং আৰু এখন উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাহিৰেও উক্ত পথত দুটা গুদাম থাকিব। কেন্দ্ৰই এই প্ৰকল্পৰ কাম চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বংগ আৰু অসমৰ মাজেৰেৰে'লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক
Share5Tweet3Send

Related Posts

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
50
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
50
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

September 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d