ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bhupen Hazarika I ‘মানুহে মানুহৰ বাবে’ গীতটোক বিশেষ গীত হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান জনাব অসম চৰকাৰে, মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 5, 2025
Reading Time: 1 min read
A A
0
Bhupen Hazarika I চতুৰ্দশ মৃত্যুতিথিত সুধাকণ্ঠক স্মৰণ ৰাজ্যবাসীৰ, সমাধিক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ (Dr Bhupen Hazarika) চতুৰ্দশ মৃত্যুবাৰ্ষিকী। এই উপলক্ষে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিখন জিলা সদৰ আৰু সমজিলাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

Bhupen Hazarika I
‘মানুহে মানুহৰ বাবে’ গীতটোক বিশেষ গীত হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান:

এই কাৰ্যসূচীৰ অংশ হিচাপে পাঁচ হাজাৰোধিক ব্যক্তিয়ে সমস্বৰে ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতটো পৰিবেশন কৰে।

ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বুধবাৰে পুৱা জালুকবাৰী ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ বিশ্বশিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে তাত আয়োজিত বিশেষ অনুষ্ঠানতো মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে মানুহে মানুহৰ বাবে গীতটো কেৱল অসমৰে নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। এই গীতটোৱে সমগ্ৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি পোৱাৰ বাবে ৰাজ্য চৰকাৰে কিছু কাম কৰি আছে।

লগতে কয় যে অসম চৰকাৰে মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই ক্ষেত্ৰত চৰকাৰে কিছু কাম আগবঢ়াইছে বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে আজি নহ’লেও কাইলৈ ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীতৰূপে ইয়াৰ স্বীকৃতি লাভ কৰাবলৈ সক্ষম হ’ব ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ ওচৰত অসম চৰকাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটা ১০০ ফুট ওখ প্ৰতিমূৰ্তি স্থাপন কৰিব। ইয়াৰ বাবে লোক নিৰ্মাণ বিভাগে প্ৰস্ততি সম্পূৰ্ণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

Tags: 'মানুহে মানুহৰ বাবে' গীতটোক বিশেষ গীত হিচাপেঅসম চৰকাৰেমুখ্যমন্ত্ৰীস্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান জনাব
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ
Assam

Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ

by Staff Reporter
April 16, 2026
50
ADVERTISEMENT
Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
50
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
50
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎
National-International

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকচান পূৰণ কৰিবলৈ ২.৫ লাখ কোটিৰ বিশেষ ঋণ আঁচনি মোদী চৰকাৰৰ

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx