ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
November 17, 2025
Reading Time: 1 min read
A A
0
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

প্ৰতিবছৰৰ দৰে এইবছৰো কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচৰ বাকৰিত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস ৷ ১৯৫২ চনৰ ১৭ নৱেম্বৰত গঠন হৈছিল  বৰ্তমানৰ কাৰ্বি আংলং আৰু তদানীন্তন সংযুক্ত মিকিৰ পাহাৰ জিলা ৷ এইলৈ সোমবাৰে পুৱা ৮ বজাত পতাকা উত্তোলন কৰি কাৰ্বি আংলং জিলা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

ক্ৰমে, জিলা গঠন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা  বৰেণ্য ব্যক্তি সকলৰ প্ৰাতিকৃতিত জন প্ৰতিনিধিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে পুষ্পাঞ্জলী আৰু মাল্যাৰপণেৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷  ইয়াৰ পাছত দিনৰ প্ৰায় ১২ মান বজাত তাৰালাংচৰ চেৰতালিন প্ৰেক্ষা গৃহত পৰিষদৰ অধ্যক্ষ ৰাজু তিচোৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি অধিৱেশন ৷ মুকলি অধিৱেশনখন কাৰ্বি আংলং সচিবালয়ৰ ষ্টাফে আৰম্ভনি গীত পৰিৱেশন কৰে ৷

আদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আইএএছ বিষয়া মুকুল কুমাৰ শইকীয়াই ৷ তদুপৰি কাৰ্বি পৰাম্পৰাগত সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সুন্দৰ লোকনৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে ৷ মুকলি অধিৱেশনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশ গ্ৰহণ কৰে ৷ মুকলি অধিৱেশনত কাৰ্বি ৰজা লংচিং ৰংহাঙ, পদ্মশ্ৰী ধনেশ্বৰ ইংতি ডঃ ধৰমচিং টেৰণ, ৰয় ইংহি, সাংসদ অমৰচিং তিচো, বিধায়ক সকল ক্ৰমে, বিদ্যাচিং ইংলেঙ, দৰচিং ৰংহাঙ, ৰূপচিং টেৰণ, জিলা আয়ুক্ত নিৰলা ফাংচপী, পৰিষদৰ সকলো ইএম এমএচি আৰু গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷

কাৰ্বি আংলং দিৱস উপলক্ষে সাৰুৱা ভাষণ প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, ডঃ ধৰমচিং টেৰণ আৰু সাংসদ অমৰচিং তিচোৱে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং জিলা গঠন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা প্ৰয়াত নেতা সকলক শ্ৰদ্ধাৰে সোঁৱৰে ৷ তদুপৰি জিলা গঠনৰ পূৰ্বে তদানীন্তন গোপীনাথ বৰদলৈৰ ওচৰত জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতা সকলে প্ৰদান কৰা স্মাৰক পত্ৰৰ সন্মান জনাই উক্ত বিষয়ত ১৯৫১ চনত গোপীনাথ বৰদলৈৰ অনুমোদন কৰে ১৯৫২ চনৰ ১৭ নৱেম্বৰত সংযুক্ত মিকিৰ পাহাৰ জিলা আৰু বৰ্তমানৰ কাৰ্বি আংলং জিলা গঠন হৈছিল বুলি কয় ৰংহাঙে ৷নিশাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃৃৃৃ কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা দিৱসৰ সফল সামৰণি পৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি সাংস্কৃতিক প্ৰকল্প
Share5Tweet3Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d