ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Swahid Smarak Khetra I মুকলি হ’ল শ্বহীদ স্মাৰক ক্ষেত্ৰ, কি কি আছে অসম আন্দোলনৰ শ্বহীদৰ স্মাৰকত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 10, 2025
Reading Time: 1 min read
A A
0
Swahid Smarak Khetra I মুকলি হ’ল শ্বহীদ স্মাৰক ক্ষেত্ৰ, কি কি আছে অসম আন্দোলনৰ শ্বহীদৰ স্মাৰকত

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

অসম আন্দোলন শ্বহীদৰ স্মৃতি যুগমীয়া কৰাৰ বাবে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্র বুধবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি ১০ ডিচেম্বৰত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ দিনা এই শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি কৰা হয়।

Swahid Smarak Khetra I
কি কি আছে অসম আন্দোলনৰ শ্বহীদৰ স্মাৰকত:

১১৭ বিঘা মাটিৰ বিশাল পৰিসৰত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। ইয়াত ওখ স্তম্ভ আৰু বীৰ শ্বহীদসকলৰ আৱক্ষমূৰ্তি ৰখা হৈছে।

IMG 20251210 WA0119 | ASSAM TIMES POST

অৱশ্যে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ আটাইৰে ছবি নোপোৱাৰ বাবে চাৰি শতাধিক শ্বহীদৰ আৱক্ষ মূৰ্তি শ্বহীদ স্মাৰক ক্ষেত্রত প্ৰতিষ্ঠা কৰা হৈছ আৰু বাকীসকলৰ নামফলক লগোৱা হৈছে। ইয়াত নিৰ্মাণ কৰা হৈছে ১৩ মহলীয়া এক সুউচ্চ স্মাৰক। এই স্মাৰকৰ তলত থকা গেলাৰীত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ আৱক্ষ মূৰ্তিৰ লগতে এটা অংশত অসম আন্দোলনৰ বিভিন্ন স্মৃতি বিজড়িত ফটো-সামগ্ৰী আছে।

সেই সময়ত বিভিন্ন কাকতত প্ৰকাশি বিভিন্ন বাতৰি আৰু আলোকচিত্রও আছে। স্মাৰক ক্ষেত্রৰ মূল প্ৰৱেশদ্বাৰৰ দুয়োকাষে দুটা বিশাল পুখুৰীত পোহৰ আৰু শব্দৰ দ্বাৰা বিভিন্ন বিষয় প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, শ্বহীদ স্মাৰক ক্ষেত্রৰ চাৰিওকাষে আছে চাইক্লিং ট্ৰেক।

ইয়াৰ উপৰি প্ৰেক্ষাগৃহ আৰু মেডিটেচনৰ ব্যৱস্থাও আছে। ইয়াৰ লগতে গেলাৰী, উদ্যানশস্য বাগিচা, ফুড ক’ৰ্ট, মুকলি মঞ্চ, পুথিভঁৰাল, প্ৰেক্ষাগৃহ, যোগ কেন্দ্ৰ আদিও আছে। শ্বহীদ স্মাৰক ক্ষেত্রৰ মাজত থকা শ্বহীদ প্ৰণাম জ্যোতি অক্ষয় বন্তি হিচাপে ২৪ ঘণ্টাই জ্বলি থাকিব। এই জ্যোতি মঙলবাৰে গধূলি মুখ্যমন্ত্রীয়ে প্ৰজ্বলন কৰে।

১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰৰ আধাৰশিলা ২০২০ চনৰ ১০ ডিচেম্বৰত তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে স্থাপন কৰিছিল। শ্বহীদ স্মাৰক ক্ষেত্রৰ মূল স্তম্ভৰ উচ্চতা হৈছে ৬৭.২০ মিটাৰ। ভূমি মহলাত আদৰণি কক্ষ আৰু শ্বহীদৰ আৱক্ষ মূৰ্তি, প্ৰথম মহলাত যোগ কেন্দ্ৰ আছে।

ভিউ পইণ্টৰ উচ্চতা হৈছে ৫১.৬০ মিটাৰ। প্ৰেক্ষাগৃহটোত ৫০০ দৰ্শকে একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰি পাৰ্কিঙৰ ব্যৱস্থা, খোজকঢ়াৰ বাবে নিৰ্দিষ্ট এলেকা, ছুইমিং পুল আদিৰো সুবিধা আছে।

Tags: কি কি আছে অসম আন্দোলনৰ শ্বহীদৰ স্মাৰকতমুকলি হ'ল শ্বহীদ স্মাৰক ক্ষেত্ৰ
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx