ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Minor rape case I নাবালকৰ যৌন কামনাৰ বলি এগৰাকী কিশোৰী, দলবদ্ধ ধৰ্ষণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 11, 2025
Reading Time: 1 min read
A A
0
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল

RELATED POSTS

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

New Logo Smal | ASSAM TIMES POST

নাবালক আৰু কিশোৰৰ এটা দলৰ যৌন কামনাৰ (Minor Rape Case) বলি হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰী। চাৰিজনে হঠাতে তেওঁৰ সৈতে বন্ধুত্ব পাতি লজলৈ লৈ যায়। তাত তেওঁক দলবদ্ধভাৱে ধৰ্ষণ কৰা হয়। ঘটনাৰ বিৱৰণী শুনি আৰক্ষীয়ো স্তম্ভিত হৈ পৰে।

Minor rape case I
নাবালকৰ যৌন কামনাৰ বলি এগৰাকী কিশোৰী, দলবদ্ধ ধৰ্ষণ:

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে তেলেংগানাত। আৰক্ষীয়ে জনোৱা মতে, ১৩ বছৰীয়া কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে চাৰিজনৰ বিৰুদ্ধে। অভিযুক্ত দুজন নাবালক।

অভিযোগ অনুসৰি কিশোৰীগৰাকীক লজলৈ লৈ গৈ তেওঁলোকে যৌন নিৰ্যাতন চলায়। আৰক্ষীয়ে লগতে কয় যে এই ঘটনাটো ৮ ডিচেম্বৰত সংঘটিত হৈছিল। ছেকেন্দ্ৰাবাদত কিশোৰীগৰাকীক অকলে দেখা পাই অভিযুক্ত চাৰিজনে তেওঁৰ কাষ চাপে।

ইয়াৰ পিছতে লজলৈ লৈ গৈ চাৰিওজনে দলবদ্ধ ধৰ্ষণ কৰে। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল তেওঁ। ৫ ডিচেম্বৰত ভুক্তভোগীৰ পৰিয়ালে সাংগাৰেড্ডী জিলা আৰক্ষী থানাত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। ইফালে কিছুদিন পিছত ভুক্তভোগীয়ে আৰক্ষীক ফোন কৰি তেওঁৰ ঠিকনা দিয়ে।

আৰক্ষীয়ে লজত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে। তেতিয়াই পোহৰলৈ আহে দলবদ্ধ ধৰ্ষণৰ ঘটনাটো। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰে। বাকী নাবালক দুজনক গ্ৰেপ্তাৰ কৰি পৰ্যবেক্ষণ গৃহলৈ প্ৰেৰণ কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: দলবদ্ধ ধৰ্ষণনাবালকৰ যৌন কামনাৰবলি এগৰাকী কিশোৰী
Share5Tweet3Send

Related Posts

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
51
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026
50
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

October 6, 2026
50
Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ
Assam

Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d