ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India I মাতৃৰ পৰিচয়ৰ ভিত্তিত কন্যাই পাব জাতিগত প্ৰমাণ-পত্ৰ পাব, উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 23, 2025
Reading Time: 1 min read
A A
0
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

পিতৃ উচ্চ জাতিৰ, কিন্তু মাতৃ অনুসূচিত জাতিৰ। যাৰবাবে দীৰ্ঘদিন ধৰি কন্যাই জাতিগত প্ৰমাণ-পত্ৰ লাভ কৰা নাই। কিন্তু এইবাৰ দেশৰ শীর্ষ আদালতে (Supreme Court) কয় যে মাতৃৰ পৰিচয়ৰ ভিত্তিত শিশুসকলেও অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ লাভ কৰিব পাৰে। শেহতীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ এটা গোচৰত এই ৰায় দিয়ে।

Supreme Court of India I
মাতৃৰ পৰিচয়ৰ ভিত্তিত কন্যাই পাব জাতিগত প্ৰমাণ-পত্ৰ পাব:

অৱশ্যে মূল গোচৰৰ আইনী জটিলতা এতিয়াও সমাধান হোৱা নাই যদিও আইনী বিশেষজ্ঞসকলে এই ৰায়দানক দৃষ্টান্তমূলক বুলি গণ্য কৰে।
৮ ডিচেম্বৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে এই ৰায়দান দিয়ে।

দুয়োগৰাকী ন্যায়াধীশে ৰায় দিয়ে যে পিতৃ অনুসূচিত জাতিৰ নহ’লেও মাতৃৰ পৰিচয়েৰে শিশুটিক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান কৰিবলৈ যথেষ্ট। এই গোচৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশত কোনো হস্তক্ষেপ কৰা নাই উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয়, “সময় সলনি হৈ আছে। তেনেহ’লে মাতৃৰ পৰিচয়ৰ ওপৰত ভিত্তি কৰি জাতিগত প্ৰমাণ-পত্ৰ কিয় দিব নোৱাৰি?”

কেৱল সেয়াই নহয়, জাতিগত প্ৰমাণ-পত্ৰক লৈ জটিলতাৰ বাবে কন্যাৰ শিক্ষাত বাধা আহিব নালাগে বুলিও উচ্চতম ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰে।
এই গোচৰটো পুডুচেৰীৰ এগৰাকী মহিলা আৰু তেওঁৰ কন্যাৰ। মহিলাগৰাকীৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।

কিন্তু যিহেতু মহিলাগৰাকীৰ স্বামী উচ্চ জাতিৰ, সেয়েহে ল’ৰা-ছোৱালীকেইটা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ লাভ কৰা নাই। মহিলাগৰাকীয়ে নিজৰ কন্যাৰ জাতিগত প্ৰমাণ-পত্ৰ ল’বলৈ তহচিলদাৰত আবেদন জনাইছিল। তেওঁৰ যুক্তি আছিল যে তেওঁৰ স্বামীয়ে বিয়াৰ পৰাই পিতৃৰ ঘৰত বাস কৰি আহিছে। তদুপৰি মহিলাগৰাকীৰ পৰিয়ালটো ‘আদি দ্ৰাবিড়’ সম্প্ৰদায়ৰ।

সেয়ে তেওঁৰ সন্তানে জাতিগত প্ৰমাণ-পত্ৰ পাব লাগে। এই গোচৰটো প্ৰথমে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল। উচ্চ ন্যায়ালয়ে ছোৱালীজনীক পঢ়া-শুনাৰ কথা বিবেচনা কৰি জাতিগত প্ৰমাণ-পত্ৰ দিবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল।

এইবাৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে মহিলাগৰাকীৰ পৰিচয়ৰ ভিত্তিত কন্যাক জাতিগত প্ৰমাণ-পত্ৰ দিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদানৰ কিছু নিয়ম আছে। এতিয়ালৈকে পিতৃৰ জাতিগত পৰিচয় শিশুৰ ক্ষেত্ৰতো প্ৰযোজ্য আছিল।

১৯৬৪ চনৰ ৫ মাৰ্চ আৰু ২০০২ চনৰ ১৭ ফেব্ৰুৱাৰীৰ ৰাষ্ট্ৰপতিৰ অধিসূচনাত কোৱা হৈছিল যে পিতৃৰ জাতিৰ ওপৰত ভিত্তি কৰি শিশুৱে প্ৰমাণ-পত্ৰ লাভ কৰিব। কিছুমান ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু আবেদনকাৰীয়ে বাস কৰা পৰিস্থিতিৰ কথাও বিবেচনা কৰা হ’ব।

Tags: উচ্চতম ন্যায়ালয়জাতিগত প্ৰমাণ-পত্ৰ পাবমাতৃৰ পৰিচয়ৰ ভিত্তিত কন্যাই পাব
Share4Tweet3Send

Related Posts

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

by News Desk
June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

by News Desk
June 5, 2026
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

by Staff Reporter
June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

by Staff Reporter
June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

by News Desk
June 4, 2026
50
ADVERTISEMENT
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

June 5, 2026
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx