ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কন্ঠশিল্পী বাবুৰ “সামাজিক দায়বদ্ধতা”-

Staff Reporter by Staff Reporter
February 15, 2020
Reading Time: 1 min read
A A
0
কন্ঠশিল্পী বাবুৰ “সামাজিক দায়বদ্ধতা”-

RELATED POSTS

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

এগৰাকী কন্ঠশিল্পীয়ে গীতেৰে জনসাধাৰণক মনোৰঞ্জন কৰোৱাৰ সমান্তৰালকৈ সমাজৰ প্ৰতি তেওঁলোকৰ কিছু দায়বদ্ধতাও থাকে। সমাজৰ হিত-অহিত ইত্যাদি বিষয়বোৰৰ প্ৰতি জ্ঞাত হৈ থকাটো আছলতে প্ৰত্যেকজন শিল্পীৰ দায়িত্ব। এনে দায়িত্ব লৈয়ে আগবাঢ়িছে এজন অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী বাবু। কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী বাবুয়ে তেওঁৰ অনুষ্ঠান সমূহ পৰিৱেশনৰ মাজতে বিগত বছৰৰ পৰাই বহুতো নিৰীহ লোকক সহায় কৰাৰ পৰিকল্পনা কৰিছে।

View this post on Instagram

A post shared by Babu Baruah (@babu_baruah_official)

75223583 1148027985402864 1239654907511469229 n1 | ASSAM TIMES POST

চচিয়েল মিডিয়া যোগে কৰা এক পোষ্টৰ দ্বাৰা তেওঁ জনসাধাৰণৰ সহায়-সহযোগিতাৰ লগতে আশীৰ্বাদ বিচাৰি তেওঁৰ এই প্ৰচেষ্টাৰ বিষয়ে সাধাৰণ জনক সৱিশেষ জানিবলৈ দিয়ে। বাবুয়ে নিৰীহ লোকক বিনামূলীয়া ঔষধ প্ৰদানৰ দায়িত্ব হাতত লৈছে। উল্লেখ্য যে, সমাজৰ প্ৰতি থকা দায়বদ্ধতা সম্পূৰ্ণ ৰূপে পালন কৰা বাবুৰ ইতিমধ্যে মুক্তি লাভ কৰিছে দুটিকৈ গীত ক্ৰমে “চেনীমাই ২.০” আৰু “মম গলে”।

SOURCE:https://rupaliparda.com/archives/10334

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assamese Singerassamese songAssamese songsbabuBabu Baruah
Share9Tweet3Send

Related Posts

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

by News Desk
August 19, 2026
50
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

by News Desk
August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

by News Desk
August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

by News Desk
August 18, 2026
50
ADVERTISEMENT
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

August 19, 2026
50
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

August 19, 2026
50
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

August 19, 2026
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

August 19, 2026
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d