ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

SR in Assam : ভোট চুৰি প্ৰসংগ, দিলীপ শইকীয়াৰ বিৰুদ্ধে বিৰোধীৰ গোচৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 9, 2026
Reading Time: 1 min read
A A
0
SR in Assam : ভোট চুৰি প্ৰসংগ, দিলীপ শইকীয়াৰ বিৰুদ্ধে বিৰোধীৰ গোচৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

সমাগত বিধানসভা নিৰ্বাচন (Assam Legislative Assembly election)। বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসক-বিৰোধী উভয়ে নিৰ্বাচনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি। কাৰ মাজতে ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰি আহিছে যে অসমত চলি থকা এছ আৰৰ জৰিয়তে বহি থলুৱা ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বিপৰীতে হাজাৰ হাজাৰ বহিৰাগত ভোটাৰৰ সন্নিৱিষ্ট (Inclusion of external voters) কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ (BJP’s conspiracy) কৰিছে।

ইয়াত সহযোগিতা কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে (State Election Commission)। ইয়াৰ মাজতে কিছুদিন পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Akhil Gogoi)য়ে অভিযোগ কৰিছিল যে ভিডিঅ’ কনফাৰেন্সযোগে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া (Dilip Saikia)ই বি এল এসকলক বিজেপিক ভোট নিদিয়া ভোটাৰৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ দিছিল। এই কামৰ দায়িত্ব মন্ত্ৰী অশোক সিংহলক প্ৰদান কৰা বুলিও অখিল গগৈয়ে দাবী কৰিছিল।

SR | ASSAM TIMES POST
ভোট চুৰি প্ৰসংগ, দিলীপ শইকীয়াৰ বিৰুদ্ধে বিৰোধীৰ গোচৰ

ইয়াৰ পিছতে শাসক-বিৰোধীৰ বাদানুবাদ তুংগত উঠে। এইবাৰ বিজেপিয়ে ভোট চুৰিৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে বিৰোধী দলবোৰে গোচৰ তৰে। লগতে মুখ্যমন্ত্ৰীক সাঙুৰি নিৰ্বাচন আয়োগক এক স্মাৰক-পত্ৰও প্ৰদান কৰে। প্ৰায় ৬০ টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত বিৰোধী ঐক্যমঞ্চই এজাহাৰ দাখিল কৰে।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয় যে সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ আইন অমান্য কৰা, জনতাক প্ৰতিনিধিত্ব কৰা আইন ভংগ কৰা, আৰক্ষীক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।

Tags: SRinAssam
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx