ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bihar Maoist । মাওবাদীমুক্ত বিহাৰ, শীৰ্ষ নেতাৰ আত্মসমৰ্পণৰ পিছত আৰক্ষীৰ দাবী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 20, 2026
Reading Time: 1 min read
A A
0
Bihar Maoist । মাওবাদীমুক্ত বিহাৰ, শীৰ্ষ নেতাৰ আত্মসমৰ্পণৰ পিছত আৰক্ষীৰ দাবী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

মাওবাদীমুক্ত হ’ল বিহাৰ (Bihar Maoist)। বৃহস্পতিবাৰে মাওবাদীৰ এজন শীৰ্ষ নেতাই আত্মসমৰ্পণ কৰাৰ পিছতে এই দাবী উত্থাপন কৰে ৰাজ্যৰ আৰক্ষীয়ে। আত্মসমৰ্পণ কৰা মাওবাদী নেতা সুৰেশ কোৰা ওৰফে মুস্তাকিম ৰ মূৰৰ দাম আছিল তিনি লাখ টকা।

Bihar Maoist ।
মাওবাদীমুক্ত বিহাৰ, শীৰ্ষ নেতাৰ আত্মসমৰ্পণৰ পিছত আৰক্ষীৰ দাবী:

মুংগেৰৰ বিশেষ টাস্ক ফ’ৰ্চৰ ওচৰত আত্মসমৰ্পণ কৰে। কোৰাৰ বিৰুদ্ধে ৬০টা গোচৰ বিচাৰাধীন হৈ আছে।

ইয়াৰে অধিকাংশই বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত আছে। আৰক্ষীয়ে জনোৱা মতে, কোৰাই এছ টি এফৰ ওচৰত আত্মসমৰ্পণ কৰে। তেওঁৰ পৰা তিনিটা এছাল্ট ৰাইফল, বহু সংখ্যক কাৰ্টিজ, মেগজিন আৰু নগদ ধন উদ্ধাৰ কৰে।

মাওবাদী প্ৰভাৱিত ৰাজ্যসমূহত আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ বাবে বিভিন্ন পুনৰ্বাসন আঁচনি গ্ৰহণ কৰা হৈছে। বিহাৰত আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ বাবে ‘আত্মসমৰ্পণ আৰু পুনৰ্বাসন আঁচনি’ আছে। আৰক্ষীয়ে জনোৱা মতে, সেই আঁচনিৰ সুবিধা ল’বলৈ কোৰাই আত্মসমৰ্পণ কৰিছে।

কোৰাক দিয়া হ’ব ৩ লাখ টকা। যিটো তেওঁৰ মূৰৰ দাম আছিল। পুনৰ্বাসনৰ বাবেও একে পৰিমাণৰ ধন দিয়া হ’ব। তদুপৰি কোৰাক তিনি বছৰৰ বৃত্তিমূলক প্ৰশিক্ষণৰ বাবে প্ৰতিমাহে অতিৰিক্ত ৫ লাখ, ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

বিবৃতিটোত কোৱা হৈছে যে কোৰাৰ আত্মসমৰ্পণৰ পিছত ৰাজ্যখন সম্পূৰ্ণ মাওবাদীমুক্ত হৈ পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশখন সম্পূৰ্ণৰূপে মাওবাদীমুক্ত হ’ব। বিগত কেইমাহমানৰ পৰা দেশৰ মাওবাদী প্ৰভাৱিত ৰাজ্যসমূহত বহু মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে।

নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বহু শীৰ্ষ মাওবাদী নেতা নিহত হৈছে। দেশখনক মাওবাদীমুক্ত ঘোষণা কৰাৰ সময়সীমা ওচৰ চাপিছে। তাৰ পূৰ্বেই বিহাৰৰ আৰক্ষীয়ে ৰাজ্যখন মাওবাদীমুক্ত বুলি দাবী কৰে।

Tags: পিছত আৰক্ষীৰ দাবীমাওবাদীমুক্ত বিহাৰশীৰ্ষ নেতাৰ আত্মসমৰ্পণৰ
Share4Tweet3Send

Related Posts

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়
National-International

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

by Staff Reporter
July 9, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
National-International

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

by Staff Reporter
July 9, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

by Staff Reporter
July 9, 2026
50
US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন
National-International

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

by Staff Reporter
July 9, 2026
50
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

by News Desk
July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

by News Desk
July 8, 2026
50
ADVERTISEMENT
Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়
National-International

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

July 9, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

July 9, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
National-International

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

July 9, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

July 9, 2026
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

July 9, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx